সপোনত মৃত লোক বা জীৱিত লোকক দেখাৰ কাৰণ জনি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

সপোনত মৃত লোক বা জীৱিত লোকক দেখাৰ কাৰণ জনি লওক : Religious Studies

Religious Studies

 

সপোনত মৃত লোকক দেখে নেকি!নাইবা জীৱিত লোকক মৃত!ইয়াৰ কাৰণ কি( Religious Studies)!


*সপোন দেখাটো-এক অতিকে সাধাৰণ কথা। শিশুৱেই হওঁক বা বয়োবৃদ্ধই  হওক-সকলোৱে মাজে সময়ে সপোন দেখে।পাছে সকলো সপোন একেই নহয়।তাৰেই ভিতৰত কিছুলোকে মৃতলোকক সপোনত দেখে।কিছুমানে আকৌ জীৱিত লোককেই মৃত দেখে সপোনত।


*কিন্তু এনে সপোন দেখাটো ভাল নে বেয়া!কি অৰ্থ এনে সপোনৰ!


*মৃত লোকক সপোনত অসুস্থ বা সংকটত দেখা-


*যদি আপোনাৰ পৰিয়ালৰ-কোনো মৃত লোকক সপোনত ৰুগীয়া বা সংকটত দেখা পাইছে-তেনেহলে-এনে সপোনৰ অৰ্থ হৈছে যে-তেওঁলোকৰ আত্মাই শান্তি লাভ কৰা নাই।সপোনত আহি-সেইলোকে আপোনাক তেওঁলোকৰ-আত্মাৰ শান্তিৰ বাবে কিবা কৰিবলৈ সংকেট দিয়ে।এনে পৰিস্থিতিত পণ্ডিত বা জ্যেষ্ঠসকলৰ পৰামৰ্শ  অনুসৰি-তৰ্পন-শ্ৰদ্ধা বা দান আদি কৰিব পাৰে।( Religious Studies)


*এজন জীৱিত লোকক মৃত অৱস্থাত দেখা-

যদি আপুনি এজন জীৱিত ব্যক্তিক-সপোনত মৃত অৱস্থাত দেখা পাইছে-তেন্তে সপোনৰ ধাৰণা অনুসৰি-এনে সপোন বেয়াৰ ইংগিত নহয়।বৰঞ্চ সেই ব্যক্তিজনৰ বয়স-বৃদ্ধি হোৱাৰ লক্ষণ হে।


*বিশেষজ্ঞসকলৰ মতে-মৃত লোকক মনত ৰখা বা আলোচনা কৰাটোৱে-আপোনাক আৰু সেই মৃতলোকৰ আত্মা দুয়োকে আঘাত কৰে।সেয়ে-এই পৃথিৱী এৰি যোৱাজনৰ বিষয়ে-অন্ততঃ ধ্যান কৰা উচিত।


*বিশেষজ্ঞসকলে এইটো বিশ্বাস কৰে যে-কিছুমান লোকে বয়স সম্পূৰ্ণ নকৰাকৈয়ে মৃত্যু হয়।তেনে-লোকক সপোনৰ সাধাৰণতে দেখা পোৱা যায়।


*অৱশ্যে বিজ্ঞানৰ মতে-সপোনৰ কোনো সত্যতা নাই। ই-কেৱল নিদ্ৰাৰত অৱস্থাৰ দুৰ্বল মগজুৰ কিছুমান চিন্তা।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages