শনিদেৱক ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

শনিদেৱক ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয় : Religious Studies

Religious Studies


শনিদেৱক ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয়।এজন ব্যক্তিৰ ভাল আৰু বেয়া কাৰ্য্য-অনুসৰি শনি দেৱতাই তেওঁক আশীষ প্ৰদান কৰে।( Religious Studies)


যদি এজন ব্যক্তিয়ে বেয়া কাম কৰে-তেন্তে শনি দেৱতা-তেওঁৰ ওপৰত বিতুষ্ট হয়।শনিৰ কোপ দৃষ্টিৰ ফলত তেওঁৰ-জীৱন দুখেৰে ভৰি আহে।একে সময়তে-শনিদেৱে ভাল কাম কৰা সকলক কেতিয়াও নিৰাশ নকৰে।এবাৰ তেওঁ কাৰোবাৰ প্ৰতি সদয় হলে-সেইজনৰ জীৱনত কেতিয়াও অভাৱ নহয়। মানুহে-কিছু বিশেষ কাম কৰিলে-শনিদেৱৰ কৃপা লাভ কৰিব পাৰে।


১/পূৰ্ৱ-পুৰুষৰ শ্ৰাদ্ধ-


*যিসকলৃ-পূৰ্ৱ-পুৰুষৰ শ্ৰাদ্ধ কৰে-তেওঁলোকে শনিদেৱৰ কৃপা আৰু আশীষ লাভ কৰে।শনিদেৱ পূৰ্ৱ-পুৰুষৰ শ্ৰদ্ধাত সন্তষ্ট হয় আৰু এই কাৰ্য্য কৰাসকলৰ সকলো দোষ-দূৰ হয়।শনিবাৰে শনি আৰু পিতৃপক্ষৰ অমাৱশ্যাৰ পূজা অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।


২/পৰিষ্কাৰ পৰিচ্ছন্নতা-


*শনিদেৱে-পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভালপায়।সেয়ে-শনিদেৱতাৰ সু-দৃষ্টি লাভ কৰিবলৈ-সদায় ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব।শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিবলৈ চেষ্টা কৰিব।নখবোৰো সমানেই পৰিষ্কাৰ কৰি ৰাখিব আৰু নখ'ক বাঢ়িবলৈ নিদিব।যিসকল লোক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষভাৱে সচেতন-তেওঁলোকৰ ওপৰত কেতিয়াও শনিদেৱৰ কোপদৃষ্টি নপৰে।( Religious Studies)


৩/আঁহত গছৰ উপাসনা-


*আপুনি-নিশ্চয় শুনিছে যে-শনিবাৰে সন্ধিয়া-আঁহত গছৰ তলত চাকি জ্বলালে ভাল।ইয়াৰ প্ৰকৃত কাৰণ হল-আঁহত গছৰ উপাসনা কৰিও শনিদেৱতাক সন্তষ্ট কৰিব পাৰি।ইয়াৰ লগতে-আপুনি তেওঁৰ অনুগ্ৰহ লাভ কৰিবলৈ-আঁহত গছৰ পুলি এটা ৰোপণ কৰিব পাৰে।


৪/শনিবাৰে উপবাস-


*শনিবাৰে উপবাস কৰিলে-শনিদেৱতা সহজেই সন্তষ্ট হয় আৰু উপবাস ৰখা সকলৰ ওপৰত শনিদেৱতাৰ সু-দৃষ্টি পৰে।শনিবাৰে-উপবাস ৰখাৰ লগতে-দান কৰিও সিদ্ধি লাভ কৰিব পাৰি।অসহায় লোকক আহাৰ দান কৰিলে-শনিদেৱ অতি সন্তষ্ট হয়।আৰু এনেদৰে দান কৰা জনে-শনিদেৱতাৰ অপৰিসীম অনুগ্ৰহ লাভ কৰে।সেইজনৰ ঘৰত একোৰে অভাৱ নহয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages