ৰাত্ৰি ভুলতো নকৰিব এইসমূহ কাম নহলে ভুগিব লগীয়া হয় অশুভ পৰিণাম : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

ৰাত্ৰি ভুলতো নকৰিব এইসমূহ কাম নহলে ভুগিব লগীয়া হয় অশুভ পৰিণাম : Religious Studies

Religious Studies


*জ্যোতিষ তথা হিন্দু শাস্ত্ৰ অনুসাৰে-এনে বহু কাম আছে-যি ৰাত্ৰি কৰিবলৈ মনা কৰা হয়।কাৰণ-ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত নকাৰত্মক ওৰ্জা আহে আৰু বহু সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়।( Religious Studies)


*আজিকালি ব্যস্ত জীৱনশৈলীত বহু লোকে দিনত-সময় মিলাব নোঁৱাৰাৰ বাবে-তেওঁলোকৰ এনে কিছু কাম আছে-ৰাত্ৰি কৰিবলগীয়া হয়।কিন্তু হিন্দু ধাৰ্মিক মান্যতা অনুসাৰে-কিছু এনে কাৰ্য্য আছে যি-ৰাত্ৰি কৰাটো অশুভ মনা হয়।এই অজানিতে কৰা ভুলবোৰে-আপোনাৰ জীৱনত অশুভতা বৃদ্ধি কৰে।


*ৰাত্ৰি এইসমূহ কাম কৰিব নালাগে-


*ৰাত্ৰি কাপোৰ ধুব নালাগে-


*আজিকালি প্ৰায় সকল লোকে-দিনত ব্যস্ত থকাৰ বাবে-ৰাত্ৰি সময় পোৱাৰ বাবে-কাপোৰ ধুৱে।যি-জ্যোতিষ শাস্ত্ৰ দৃষ্টি অনুসাৰে-একেবাৰে অশুভ।মান্যতা অনুসাৰে-ৰাত্ৰি কাপোৰ ধুই শুকোৱালে- নকাৰত্মক ওৰ্জাৰ প্ৰভাৱ কাপোৰত পৰে আৰু এই কাপোৰক পিন্ধিলে-আপোনাৰ জীৱনত আৰু স্বাস্থ্যত ইয়াৰ প্ৰভাৱ পৰে।সূৰ্য্যৰ ৰশ্মিত কাপোৰ শুকোৱালে-কাপোৰত থকা নকাৰত্মক ওৰ্জা ওলাই যায়।( Religious Studies)


*সেইবাবে-জ্যোতিষ শাস্ত্ৰ অনুসাৰে-ৰাত্ৰি কাপোৰ ধুলে-ঘৰৰ ভিতৰতে শুকুৱাব লাগে।যাতে-কাপোৰত নকাৰত্মক ওৰ্জাই প্ৰৱেশ কৰিব নোঁৱাৰে।পাছদিনা পুৱা ৰাত্ৰি ধুৱা কাপোৰ ৰদ'ত দি দিব লাগে।যাতে-কাপোৰত থকা হানিকাৰক কিটানু নষ্ট হৈ যায় আৰু নকাৰত্মক ওৰ্জাও যাতে ওলাই যায়।


*বৃহস্পতিবাৰে ধুব নালাগে-কাপোৰ-


*জোতিষ শাস্ত্ৰ অনুসাৰে-বৃহস্পতিবাৰৰ দিনা কাপোৰ ধুলে-চাবোনৰ প্ৰয়োগ কৰাটো নিষেধ মনা হয়।কাৰণ-মান্যতা অনুসাৰে-ইয়াৰ দ্বাৰা- কুণ্ডলীৰ বৃহস্পতি গ্ৰহ দুৰ্বল হয় আৰু জীৱনত-আৰ্থিক, বৈবাহিক তথা শাৰীৰিক সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয়।জ্যোতিষ শাস্ত্ৰ অনুসাৰে, বৃহস্পতিবাৰ তথা গুৰুবাৰৰ দিনা- ঘৰ মুচা,চুলি কটা,নখ কটা,তথা মাংস-মাছ,মাদক দ্ৰব্যৰ সেৱন কৰাটো অশুভ মনা হয়।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages