৯ আঘোন, শনিবাৰ ইং, ২৬ নৱেম্বৰ ২০২২। ( Horoscope Today )
১. *মেষ ৰাশি* (অ,ল) : - মেষ
ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ'ব লগতে আজি বিদ্যাৰ্থী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, স্বাস্থ্যৰ উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সুন্দৰ পৰিবেশ লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।( Horoscope Today )
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভোজন বিলাস বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি নিজৰ ঘৰখনৰ আৰু কৰ্মস্থলীৰ সকলো কৰ্মতে চকু দিয়াটো ভাল হ'ব।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, ধন সম্পত্তি বাঢ়িব, যান বাহন লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনটো সামান্য আৱেগিক কৰি তুলিব পাৰে।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত হাতলৈ ধন-ধান,টকা-পইচা আহিব, কৰ্মত আত্মবিশ্বাস বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হ'ব, আয় উপাৰ্জন বাঢ়িব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুলিচ প্ৰশাসনৰ লগত জৰিত ব্যক্তিসকলৰ কৰ্মত শুভ হ'ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে জেষ্ঠ্য জনৰ পৰা পৰামৰ্শ লোৱাটো ভাল হব।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।।
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- " মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী - ৯
Ph no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏
বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment