২১ নৱেম্বৰৰ ৰাশিফল জানো আহক : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

২১ নৱেম্বৰৰ ৰাশিফল জানো আহক : Assamese Horoscope

Assamese Horoscope


দৈনিক ৰাশিফল : ৪ আঘোণ, সোমবাৰ; ২১ নৱেম্বৰ ।  ( Assamese Horoscope )


মেষঃ নিজৰ শক্তি সাহসক গুৰুত্ব দিয়ক। আত্মীয়ই শত্রুতা আচৰণ কৰিব পাৰে। শুভ ৰং মাখন। হতাশা আঁতৰিব। কোষ্ঠ কাঠিন্যত ভুগিব পাৰে। খৰচ। শুভ সংখ্যা চাৰি।


বৃষ : যাদুকৰী বিদ্যা লাভ কৰিব পাৰে। পদার্থবিদ, ৰসায়নবিদ আৰু গণিতজ্ঞৰ সুখ্যাতি বৃদ্ধি। শুভ ৰং বগা। আতংকিত নহ’ব। কৰ্মত আনমনা নহ'ব। ব্যয়। শুভ সংখ্যা দুই।


মিথুন ঃ পাণ্ডিত্য প্রকাশ পাব। আপোনাৰ প্ৰতি আনৰ ঈর্ষা হ’ব। শুভ ৰং সোণালী। নতুন আৱাসৰ প্ৰতি ধাউতি। যান-বাহন ক্ৰয়ৰ যোগ। প্রদূষণে কষ্ট দিব। শুভ সংখ্যা আঠ।


কৰ্কট : ৰাজহুৱা কামত নেতৃত্ব দিব পাৰিব। চৰকাৰী আঁচনি কার্যকৰী হ’ব। শুভ ৰং মুগা। শিৱ মন্দিৰত পূজা কৰক। প্রতিবেশীক লৈ চিন্তা নাই। ভ্রমণ। শুভ সংখ্যা ছয়।


সিংহঃ আপোনাৰ কথা আৰু কামৰ পাৰ্থক্য থাকিব।খোৱা বোৱাত নজৰ ৰাখক। শুভ ৰং মাখন। সংযমী হওক। ঠিকাদাৰৰ মানহানি। বিবাহৰ সংযোগ। শুভ সংখ্যা পাঁচ।


কন্যা: আনক উপকাৰ কৰিলেও শলাগ নাপাব। খিংখিঙীয়া স্বভাৱে মনোকষ্ট দিব। শুভ ৰং ৰূপালী। সৎ লোকৰ সান্নিধ্য পাব। অবাবত ধনৰ ভৰণি। ভ্রমণ। শুভ সংখ্যা দুই। ( Assamese Horoscope ) 


তুলা ঃ আনে আপোনাক বিজ্ঞ, পাণ্ডিত জ্ঞান কৰিব। চৰকাৰী কামত অগ্ৰগতি। শুভ ৰং মুগা। দুচকীয়া বাহনত দুৰ্ঘটনাৰ যোগ। খং নকৰিব। খাদ্য লোভ বৃদ্ধি। শুভ সংখ্যা ছয়।


বৃশ্চিক ঃ আত্ম অভিমান, চঞ্চলতা আদি বৃদ্ধি পাব। আনক প্ৰতাৰণা নকৰিব। শুভ ৰং মাখন। নিষ্ঠা ৰাখক। ভাতৃক শত্রুজ্ঞান নকৰিব। বদহজম হ'ব পাৰে। শুভ সংখ্যা চাৰি।শুভেচ্ছাৰে-বিনয়


ধনু ঃ সামাজিক দিশত প্রভুত্ব বিস্তাৰ কৰিব পাৰিব। দেৱাদিদেৱক স্মৰণ কৰক। শুভ ৰং বগা। বদনামৰ পৰা ৰেহাই নাপাব। প্ৰদূষণে কষ্ট দিব। ভ্রমণ। শুভ সংখ্যা আঠ।


মকৰ ঃ কৰ্মত আশাবাদী সংযোগ। আনৰ ওপৰত একো নিৰ্ভৰ নকৰিব। শুভ ৰং মুগা। নাও, জাহাজত নুঠিব। মহিলাৰ সংগ  নিয়ন্ত্ৰণত ৰাখক। বিদ্যাত সুখ। শুভ সংখ্যা দুই।


কুম্ভ ঃ কর্মস্পৃহা উন্নত। হঠাৎ আনে মনোকষ্ট দিব পাৰে। শুভ ৰং ৰূপালী। দালালৰ মানহানি। যান-বাহন ক্রয়। পদপথত সাৱধান। পৰীক্ষা সুনাম। শুভ সংখ্যা আঠ।


মীন ঃ কর্মত কৃতকার্যতা। ভাল কামতো সমালোচিত হ’ব। শুভ ৰং বগা। শিৱ মন্দিৰ দৰ্শন কৰক। বিদ্যুতৰপৰা সাৱধান। শত্ৰু বৃদ্ধি যোগ। খৰচ বাঢ়িব। শুভ সংখ্যা পাঁচ। সুপ্রভাত


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page




No comments:

Post a Comment

Advertisement

Pages