এইবোৰ কাৰণত শনিদেৱৰ ক্ৰুদৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 9, 2022

এইবোৰ কাৰণত শনিদেৱৰ ক্ৰুদৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে : Assamese Horoscope

Assamese Horoscope


কিছুদনৰ পাছত এই ৰাশিকেইটাৰ ওপৰত শনিদেৱৰ প্ৰভাৱ পৰিব ইয়াত আপোনাৰো ৰাশিটো অন্তৰ্ভুক্ত আছে নেকি?  ( Assamese Horoscope )

শনি ৰাশি পৰিবৰ্তন : মানুহে জীৱনত এবাৰ শনিৰ মহাদশাৰ মুখামুখি হ'ব লগা হয়। কিছুমান ৰাশিৰ লোকৰ ওপৰত শনিৰ মহাদশা আৰম্ভ হ'ব। সেই ৰাশি সমূহৰ বিষয়ে জানো আহক --- 


জ্যোতিষৰ হিচাপ অনুসৰি কিছু ৰাশিৰ ওপৰত শনি দেৱৰ দৃষ্টি   হেলনীয়া হ'ব। বৰ্তমান শনি নিজ ৰাশি মকৰ ৰাশিত বহি আছে। কিন্তু শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। শনি কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কিছু মানুহৰ ওপৰত শনিৰ মহাদশা আৰু কিছু মানুহৰ ওপৰত শনিৰ প্ৰকোপ আৰম্ভ হ'ব। 

শনিৰ ৰাশি পৰিৱৰ্তনৰ প্ৰভাৱ এই ৰাশিৰ ওপৰত হব--- 

মীন ৰাশি -- ২০২২ চনৰ ২৯ এপ্ৰিলত শনি ৰাশি কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ পিছত মীন ৰাশিৰ লোকৰ ওপৰত শনিৰ মহাদশা আৰম্ভ হৈছিল। ২০৩০ চনৰ ১৭ এপ্ৰিললৈকে মীন ৰাশিৰ লোক মহাদশাৰ কবলত থাকিব। শনিৰ মহাদশাৰ প্ৰথম পৰ্যায়টো আপোনাৰ ওপৰত চলি আছে। 

মকৰ ৰাশি -- মকৰ ৰাশিৰ লোকৰ ওপৰত শনিৰ মহাদশা ২০১৭ চনৰ ২৬ জানুৱাৰীত আৰম্ভ হয়। ইয়াৰ ম্যাদ ২০২৫ চনৰ ২৯ মাৰ্চত শেষ হ'ব । 

ধনু ৰাশি -- ২০২৩ চনৰ ১৭ জানুৱাৰীত ধনু ৰাশিৰ লোকসকলে শনিৰ মহাদশাৰ পৰা সম্পূৰ্ণভাবে মুক্তি পাব। 

কুম্ভ ৰাশি-- শনি ৰাশিৰ মহাদশা কুম্ভ ৰাশিৰ লোকৰ ওপৰত ২৪ জানুৱাৰী ২০২০ ৰ পৰা আৰম্ভ হৈছিল।  ২০২৮ চনৰ ফ্ৰেৰুৱাৰীত শনি গ্ৰহৰ মহাদশাৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰিব।

এই ৰাশি সমূহৰ ওপৰতো পৰিব শনিৰ প্ৰভাৱ-- 

২০২২ চনৰ ২৯ এপ্ৰিলত কুম্ভ ৰাশিত শনিৰ আগমনৰ লগে লগে শনিৰ মহাদশা কৰ্কট আৰু বৃশ্চিক ৰাশিৰ ওপৰত আৰম্ভ হয়। ২০২৩ চনৰ ১৭ জানুৱাৰীত শনি গ্ৰহ পৰিৱৰ্তনৰ সময়ত তুলা আৰু মিথুন ৰাশিৰ লোক শনি প্ৰকোপ ৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰিব। ২৪ জানুৱাৰী ২০২০ ৰ পৰা এই দুয়োটা ৰাশিত শনিৰ কু-দৃষ্টি চলি আছে ।

 এইবোৰ কাৰণত শনিদেৱৰ খং উঠে-


১)আনক ঘৃণা কৰিলে আৰু চুৰি কৰিলেও ক্ৰোধিত হয় শনিদেৱ। ( Assamese Horoscope )


২/যেতিয়া আপুনি মদ/জোৱা আদিৰ বেয়া বস্তুৰ আসক্ত হয়।


৩/আনৰ প্ৰতি ছল-কপটৰ মনোভাৱ পোষন কৰিলে।


৪/চাফাই কৰ্মী,কাম কৰা লোক বা আপোনাৰ তলৰ কৰ্মচাৰীৰ লগত দুব্যৱহাৰ কৰিলে।


৫/ৰোগাক্ৰান্ত্ৰ আৰু কসহায় লোকক সহায় নকৰিলে।


৬/যেতিয়া আপুনি আন কাৰোবাৰ অধিকাৰ বা ভাগ কাঢ়ি ললে।


৭/পিতৃ-মাতৃ আৰু বয়োজেষ্ঠজনক অসন্মান কৰিলে।


৮/যিসকলে ব্যভিচাৰ কৰে।নাৰীৰ প্ৰতি ভুল মনোভাৱ ৰাখে।


৯/যিসকলে নিজৰ ঘৰখন লেতেৰা কৰি ৰাখে।সময়মতে চাফ/চিকূণ নকৰে।


১০/জীৱ জন্তু-বিশেষকৰি কুকুৰক হত্যা কৰা আৰু হাৰাসাস্তি কৰাসকলৰ প্ৰতিও শনিদেৱ অসন্তুষ্ট হয়।


১১/দেৱ-দেৱীক অপমান কৰা সকলৰ ওপৰটো শনিদেৱ ক্ষুদ্ধ হৈ থাকে।এনে লোক শনিদেৱৰ ক্ৰোধৰ বলি হৈ পৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages