মংগল আৰু বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কিছুমান ৰাশিত শুভ আৰু কিছুমান ৰাশিত অশুভ ফল প্ৰদান কৰিব - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

মংগল আৰু বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কিছুমান ৰাশিত শুভ আৰু কিছুমান ৰাশিত অশুভ ফল প্ৰদান কৰিব

Assamese Horoscope


আজি দুটা ডাঙৰ গ্ৰহ একেলগে ৰাশি পৰিৱৰ্তন কৰিব মেষ, মিথুন,তুলা ৰাশিৰ লোক প্ৰভাৱিত হব । মংগল গ্ৰহ বৃষ ৰাশিত প্ৰৱেশ কৰিব আৰু বুধ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব । মংগল আৰু বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনে কিছুমান ৰাশিত শুভ আৰু কিছুমান ৰাশিত অশুভ ফল প্ৰদান কৰিব । ( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মকৌশল আয়ত্ব কৰিব পাৰিব, শুভ সংবাদ লাভ কৰিব যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে ঘৰুৱা কৰ্মত সৰু সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি কৰিব পাৰে লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব। 


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব,  কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ সুবিধা লাভ কৰিব, কৰ্মব্যস্ত বাঢ়িব,  লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি পোৱাৰ  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক দিশত নাটনি হোৱাৰ যোগ দেখা যায় । ( Assamese Horoscope )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, প্ৰেমত শুভ হ'ব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ আগমন বাঢ়িব, সংগীত আৰু অভিনয় শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  আয় উপাৰ্জন বাঢ়িব, সঞ্চয় বাঢ়িব, লগতে আজি আপোনাৰ প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰিব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, কৰ্ম দক্ষতা বাঢ়িব, লগতে আজি আপুনি  আপোনাৰ মনত শান্তিৰ ভাৱ আহিবলৈ নিদিব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত হাতলৈ ধন ধান আহিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জতিলতা আহিব পাৰে লগতে আজি আপুনি দুৰ ভ্ৰমণৰ পৰা আতৰি থকাটো ভাল হব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages