ৰাসৰ আনন্দৰ মাজতে নলবাৰীত শোকাৱহ দুৰ্ঘটনা : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত শোকাৱহ দুৰ্ঘটনা : Assamese News

Assamese News

ৰাসৰ আনন্দৰ মাজতে নলবাৰীত শোকাৱহ দুৰ্ঘটনা । দুটাকৈ পৃথক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে । বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত এই দুৰ্ঘটনা । ( Assamese News )


নলবাৰীৰ বানেকুছিত দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ যাৰ ফলত প্ৰাণ হেৰুৱাই বাহনখনৰ চালকসহ ৪ জনকৈ লোকে। নিহতকেইজন ক্ৰমে জাহেদুল ৰহমান, অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ


আনহাতে ঘগ্ৰাপাৰতো আন এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী যুৱতী দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম পৰিস্মিতা আনহাতে দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো ভৰ্তি কৰোৱা হৈছে হাস্পতালত ।( Assamese News )


জানিব পৰা মতে, হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়ত মৃত্যু হয় আন দুজনৰ দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995

Assamese News )

No comments:

Post a Comment

Advertisement

Pages