৪৫ লাখ টকীয়া বিলাসী বাহনখন কেনেদৰে ১০০ টকাত লাভ কৰিলে জানি লওক : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 22, 2022

৪৫ লাখ টকীয়া বিলাসী বাহনখন কেনেদৰে ১০০ টকাত লাভ কৰিলে জানি লওক : Assamese News

Assamese News


অৱশেষত অপেক্ষাৰ অন্ত পৰিল !

হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰা সৌভাগ্যশালী লোকজনৰ পৰিচয় লাভ কৰা হৈছে ! ( Assamese News ) 


প্ৰথম পুৰস্কাৰ Audi A4 লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ জনাৰ্দন বড়োই !


অসম আৰক্ষীত কৰ্মৰত জনাৰ্দন বড়ো !

৪৫ লাখ টকীয়া বিলাসী বাহনখন লাভ কৰি আনন্দত আত্মহাৰা লোকজন !  ( Assamese News ) 


মুঠ ২৫ টা টিকট ক্ৰয় কৰিছিল ভাগ্যবান লোকজনে !


কপাল ফুলিল উত্তৰ গুৱাহাটীৰ আৰক্ষী কনিষ্টৱল জনাৰ্দন বড়োৰ। লাভ কৰিলে হাউলীৰ ৰাস মহোতসৱৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ বিলাসী AUDI A4 


১০০ টকীয়া কুপনত উপহাৰ পালে ৪৫ লাখ টকীয়া বিলাসী বাহন। হাউলীৰ ৰাসত উপহাৰ কুপন খেলত Audi A4 বাহন লাভ কৰিলে উত্তৰ গুৱাহাটীৰ জনাৰ্দন বড়োৱে। ৪৫ লাখ টকীয়া বাহন লাভ কৰি উৎফুল্লিত আৰক্ষী কনিষ্টবল জনাৰ্দন বড়ো।( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages