ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 11, 2022

ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে : Assamese News

Assamese News


নিচাযুক্ত দ্ৰব্যৰ পৰা যুৱ প্ৰজন্মক মুক্ত কৰি এক সুন্দৰ ভৱিষ্যতৰ দিশত আগবঢ়াই নি সৰ্বাংগসুন্দৰ সমাজ গঢ়াৰ দিশত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।   ( Assamese News )


অসম চৰকাৰে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। অসমক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অঞ্চলবিশেষে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।   ( Assamese News )


এই লক্ষ্যত উপনীত হ'বলৈ আপুনিও অসম চৰকাৰক সহযোগিতাৰ হাত আগবঢ়াব পাৰে। আপোনাৰ অঞ্চলৰ অবৈধ ড্ৰাগছ ব্যৱসায়ৰ যিকোনো তথ্য গুৱাহাটী আৰক্ষীৰ ৱাটছএপ নম্বৰ ৬০২৬৯০১২৪৬লৈ প্ৰেৰণ কৰক।  ( Assamese News )


Assam Police

No comments:

Post a Comment

Advertisement

Pages