যুৱকক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰিলে ৪ যুৱতীয়ে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 22, 2022

যুৱকক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰিলে ৪ যুৱতীয়ে : Assamese News

Assamese News


প্রথমে অপহৰণ আৰু তাৰ পাছত জঘন্য কাণ্ড। ঘটনাটোক লৈ ইতিমধ্যে দেশজুৰি তীব্র চাঞ্চল্য। যুৱকক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰিলে ৪ যুৱতীয়ে।( Assamese News )  


এখন বাহনেৰে যুৱকক প্ৰথমে অপহৰণ কৰে যুৱকজনক। এটা চামৰাৰ ফেক্টৰীত কৰ্মৰত যুৱকজনক ঘৰলৈ গৈ থকা অৱস্থাত অপহৰণ কৰে। 


কোম্পানীত কাম কৰা এজন যুৱকক ঠিকনা সোধাৰ চলেৰে গাড়ীত অহা ৪ যুৱতীয়ে প্রথমে অপহৰণ কৰে। তাৰ পাছত যুৱতীকেইগৰাকীয়ে যৌন শোষণ কৰি এৰি দিয়ে যুৱকজনক। ঘটনা পঞ্জাবৰ জলন্ধৰৰ। চেতনানাশক দ্ৰৱ্য দি ৪ যুৱতীয়ে অচেতন কৰি অপহৰণ কৰে( Assamese News ) 


ড্ৰাগছৰ উপৰি সুৰা সেৱন কৰিবলৈ দি ৪ যুৱতীয়ে কৰে অপকর্ম।যুৱকজনক পাছত ৪ যুৱতীয়ে পুনৰ নমাই থৈ যায় চামৰাৰ ফেক্টৰীটোত। পঞ্জাৱৰ জলন্ধৰত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডক লৈ তোলপাৰ ৰাজ্যখন।


৪ দিনৰ পাছত পোহৰলৈ আহে চাঞ্চল্যকৰ এই ঘটনা। ভুক্তভোগী যুৱকে সংবাদমাধ্যম যোগে সদৰী কৰে সমগ্ৰ ঘটনা। অৱশ্যে ঘটনাকলৈ এতিয়ালৈ কোনো গোচৰ ৰুজু হোৱা নাই।( Assamese News ) 

No comments:

Post a Comment

Advertisement

Pages