স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে 'জনজাতীয় গৌৰৱ দিৱস' পালন : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 15, 2022

স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে 'জনজাতীয় গৌৰৱ দিৱস' পালন : Assamese News

Assamese News


'আজি ইং ১৫-১১-২০২২ তাৰিখে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ,অটল বিহাৰী বাজপেয়ী ভৱনত, অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত  স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডা দেৱৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়।  ( Assamese News )


আজিৰ  এই স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ জন্মজয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে, বিজেপি অনুসূচীত  জনজাতি মৰ্চা অসম প্ৰদেশ সন্মানীয় সভাপতি শ্ৰীযুত শিৱনাথ ব্ৰহ্ম দেৱ। 


অসমৰ মাননীয় মূখ্যমন্ত্রী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱ, অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সন্মানীয় শ্ৰীযুত ভৱেশ কলিতা দেৱ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰীযুত দিলিপ শইকীয়া দেৱ, ৰাষ্ট্ৰীয় অনুসূচীত জনজাতি মৰ্চাৰ কাৰ্য্যবাহী সদস্য তথা অসম ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত অৰুণ কুমাৰ ওৰাং দেৱ। ( Assamese News )


ডিফু সমষ্টিৰ সাংসদ শ্ৰীযুত হৰেন সিং বে দেৱ, অসম জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰ্যটন তথা দক্ষতা বিভাগৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দেৱ। শিক্ষা মন্ত্ৰী শ্ৰীযুত ৰনোজ পেগু দেৱ, নৱ নিৰ্বাচিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য সকল। 


অনুসূচীত জনজাতি মৰ্চা,অসম প্ৰদেশৰ বিষয়ববীয়া সকল, কাৰ্য্যবাহী সদস্য সকল। অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা,  দক্ষিন কামৰূপ জিলা, উত্তৰ কামৰূপ জিলা লগতে   বিভিন্ন মণ্ডলৰ পৰা অহা দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে। ( Assamese News )



No comments:

Post a Comment

Advertisement

Pages