৪৭ সংখ্যক পাঠশালা ৰাস মহোৎসৱ : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 15, 2022

৪৭ সংখ্যক পাঠশালা ৰাস মহোৎসৱ : Assamese News

Assamese News

বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত  ৪৭সংখ্যক ৰাস মহোৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাই কলে এনেদৰে । ( Assamese News )


ভাৰতীয় সংস্কৃতি মূলতঃ কৃষ্ণ সংস্কৃতি৷ শ্ৰীকৃষ্ণৰ শিশুলীলাই যেনেদৰে সকলোৰে মনত আনন্দ দিয়াৰ লগতে ত্ৰিজগতৰ হৰি দৰ্শন কৰাই পৰমাৰ্থিক ভাব উপলব্ধি কৰোৱায়, তেনেদৰে শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াই ভক্তৰ মনত ভক্তিৰসৰ মন্দাকিনী বোৱায়৷ 


বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত  ৪৭সংখ্যক ৰাস মহোৎসৱত আজি অংশগ্ৰহণৰ লগতে ভক্তিপ্ৰাণ ৰাইজৰ সৈতে কিছু সময় কটোৱাৰ সুযোগ লাভ কৰি সৌভাগ্যৱান অনুভৱ কৰিছোঁ৷ পাঠশালাৰ ৰাস মহোৎসৱৰ হৰি মন্দিৰটো নিৰ্মাণত আমি সহায়-সহযোগিতা আগবঢ়াম৷ ( Assamese News )


এই মধুৰ সময়ত সতীৰ্থ মন্ত্ৰী শ্ৰীৰণজিৎ কুমাৰ দাস, মাননীয় বিধায়ক শ্ৰীফণীধৰ তালুকদাৰো মোৰ সৈতে উপস্থিত থাকে ৷ ( Assamese News )


Himanta Biswa Sharma 

No comments:

Post a Comment

Advertisement

Pages