সুখবৰ সুস্থ হৈ আছে কে কে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

সুখবৰ সুস্থ হৈ আছে কে কে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা : Assamese News

Assamese News


"বেহৰবাৰীৰ আউট পষ্ট চিৰিয়েল"ৰ KK  দা খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা অসুস্থ। উচ্চ ৰক্তচাপৰ বাবে অভিনেতাজনক গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়। ( Assamese News )


বৰ্তমান ICUত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। জনপ্ৰিয় অভিনেতা কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ । তেওঁৰ কোনো প্ৰেচাৰ ষ্ট্ৰ'ক হোৱা নাই। ( Assamese News )


উচ্চ ৰক্তচাপত গাঁ সামান্য বেয়া লগাত হেল্থ চিতিত এটা ৰুটিন চেকাপতহে গৈছিল। আজি তাত এডমিটহৈ থাকিব লাগিব যদিও তেওঁ সম্পূৰ্ণ ৰূপে বিপদ মুক্ত।   ( Assamese News )


No comments:

Post a Comment

Advertisement

Pages