প্ৰশ্ন যিয়েই নহওক, আত্মহত্যা কেতিয়াও তাৰ উত্তৰ হ'ব নোৱাৰে : Assamese News - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 11, 2022

প্ৰশ্ন যিয়েই নহওক, আত্মহত্যা কেতিয়াও তাৰ উত্তৰ হ'ব নোৱাৰে : Assamese News

Assamese News


সদায়েই আপোনাৰ কাষত!


নলবাৰীৰ এগৰাকী ব্যক্তিয়ে আত্মহত্যাৰ  চেষ্টা কৰা সন্দৰ্ভত মাজনিশা Police Commissionerate Guwahati  এ ইয়াৰ  'ছুইচাইড হেল্পলাইন'ত তথ্য লাভ কৰা মাত্ৰকে এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছিল আৰু ইয়াৰ ভিত্তিতেই ডিএছপি (মুখ্য কাৰ্যালয়)ৰ নেতৃত্বত Nalbari Police  এ তৎক্ষণাৎ মাজনিশাই  উদ্ধাৰ অভিযান কাৰ্যকৰী কৰে। ( Assamese News )


কাৰিকৰী বিশ্লেষণৰ পিছতে উক্ত ব্যক্তিজনৰ অৱস্থিতি চিনাক্ত কৰা হৈছিল আৰু তাৎক্ষণিকভাৱে তেওঁক উদ্ধাৰ কৰা হয়। পিছত ব্যক্তিগৰাকীক উপযুক্ত চিকিৎসা সেৱাৰ বাবে প্ৰেৰণ কৰা হয়। 


আমি পুনৰ এবাৰ অনুৰোধ জনাইছোঁ যে কোনো ব্যক্তিয়ে যাতে এনে চৰম পদক্ষেপৰ কথা চিন্তা নকৰে। অনুগ্ৰহ কৰি লগে লগে সহায় বিচাৰক, আমি আছো   আপোনাৰ কাষত।  ( Assamese News )


আমাৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম আৰক্ষী  চিৰ প্ৰতিশ্ৰুতিবদ্ধ।


প্ৰশ্ন যিয়েই নহওক, আত্মহত্যা কেতিয়াও তাৰ উত্তৰ হ'ব নোৱাৰে।


ফোন কৰক - ৬০২৬৯০০৫৫২ , ৬০২৬৯০০৫৭৪


 ( Assamese News )


Assam Police

No comments:

Post a Comment

Advertisement

Pages