২০ নৱেম্বৰত সূৰ্য্যৰ দৰে জিলিকি উঠিব এই ৰাশিৰ ভাগ্য : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

২০ নৱেম্বৰত সূৰ্য্যৰ দৰে জিলিকি উঠিব এই ৰাশিৰ ভাগ্য : Assamese Horoscope

 Assamese Horoscope


সূৰ্য্যদেৱৰ বৃশ্চিক ৰাশিত গোচৰ ,২০ নৱেম্বৰত সূৰ্য্যৰ দৰে জিলিকি উঠিব এই ৰাশিৰ ভাগ্য ।( Assamese Horoscope )


১. *মেষ ৰাশি* (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত নতুনকৈ আঁচনি গ্ৰহণৰ সুযোগ সুবিধা লাভ কৰিব, সন্মান বাঢ়িব, যদিও আজি আপুনি খৰচৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰত আনন্দ উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব, লগতে আজি আপোনাৰ আয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ঘৰত সম্পত্তি বৃদ্ধি  হোৱাৰ  যোগ দেখা যায়।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত উন্নতি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।   


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলে জ্ঞান আহৰণৰ সুযোগ লাভ   হোৱাৰ যোগ লেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।  ( Assamese Horoscope )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ হ'ব, যদিও আজি আপোনাৰ মনত সামান্য খংঙ আৰু অভিমান ভাৱ  বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনতো সামান্য চঞ্চল হ'ব পাৰে, লগতে মনত সামান্য চিন্তিত ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ সুখ শান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, লগতে আজি বিদ্যাৰ্থী সকলৰ সফলতা লাভ  হোৱাৰ যোগ দেখা যায় ।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages