১৬ নৱেম্বৰৰ পৰা এই ৰাশি সমূহৰ ভাল দিন আৰম্ভ হব : Assamese Horoscope - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

১৬ নৱেম্বৰৰ পৰা এই ৰাশি সমূহৰ ভাল দিন আৰম্ভ হব : Assamese Horoscope

Assamese Horoscope


১৬ নৱেম্বৰৰ পৰা এই ৰাশি সমূহৰ ভাল দিন আৰম্ভ হব ।১৬ নৱেম্বৰত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব ।  ( Assamese Horoscope )


১. *মেষ ৰাশি : -  মেষ ৰাশিৰ জাতক-জাতিকাই নিজৰ স্বাস্থ্যৰ বহুত যত্ন ল’ব লাগিব, নহ’লে আপোনাৰ দুৰ্বল স্বাস্থ্যই পৰিকল্পিত কাম সম্পূৰ্ণ কৰাৰ বাটত বাধা আহিব পাৰে। এই সময়ছোৱাত জীৱনৰ যিকোনো হঠাৎ অপ্ৰীতিকৰ ঘটনা আপোনাৰ চিন্তাৰ ডাঙৰ কাৰণ হৈ উঠিব পাৰে।


২. *বৃষ ৰাশি*( উ,ব,ই) : - শুক্ৰ গ্ৰহ কৰ্কট ৰাশিৰ পঞ্চম স্থানত প্ৰৱেশ কৰিছে। এই সময়ছোৱাত আপুনি সুবিধাসমূহ পাব। সৃষ্টিশীল কামত আপুনি উপভোগ কৰিব। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। কাম কৰা মানুহৰ বাবে সময় ভাল।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ কৰ্মত শুভ হ'ব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তাৰ ভাৱ  বৃদ্ধি কৰাৰ  যোগ দেখা যায়।   


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ কৰ্মক্ষেত্ৰত ভাল পৰিবেশ লাভ কৰিব, লগতে আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ  যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  বিদ্যাৰ্থী সকলৰ সুনাম বাঢ়িব, কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বাঢ়িব, যদিও আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  পিতৃ মাতৃৰ পৰা মৰম চেনেহ লাভ কৰিব, লগতে আপোনাৰ সুখ শান্তি বৃদ্ধি পোৱাৰ যোগ দেখা যায় । ( Assamese Horoscope )


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত সুখ শান্তি বাঢ়িব যদিও আপুনি আৰ্থিক ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ পুৰণি বিবাদৰ নিষ্পত্তিৰ হ'ব পাৰে, কৰ্মত ন্যায় লাভ কৰিব, লগতে আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য প্ৰৰিশ্ৰম   বৃদ্ধি  হোৱাৰ যোগ দেখা যায় ।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ মনত আনন্দ বাঢ়িব, ঘৰ আৰু কৰ্মস্থানত উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ব যদিও আপুনি সজাগ নহ'লে সামান্য জতিলতাৰ মাজেৰে কৰ্মবোৰৰ সমাপন হ'ব।


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য চিন্তিত কৰি তুলিব পাৰে।   


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ চোৰ ,ঠগ , প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব, লগতে  আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ মনৰ আশা পূৰণ হ'ব, সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হব, লগতে আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ লেখা যায়


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Horoscope )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages