চকু আৰু ছালে বৃক্কৰ বিসংগতি বিষয়ে ইংগিত দিব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 28, 2022

চকু আৰু ছালে বৃক্কৰ বিসংগতি বিষয়ে ইংগিত দিব পাৰে : Assamese Health Tips

Assamese Health Tips

 

*কিডনীক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু বিশেষ অংগ হিচাপে গণ্য কৰা হয়।আমাৰ শৰীৰত সৃষ্টি হোৱা আৱৰ্জনা আৰু অতিৰিক্ত তৰল পদাৰ্থবোৰ-আঁতৰাই দেহৰ কোষবোৰত সৃষ্টি হোৱা এচিড কিডনিৰ সহায়ত-হ্ৰাস কৰিব পাৰি।তেজত থকা পানী আৰু ছডিয়াম,কেলছিয়াম, ফছফৰাছ আৰু পটাছিয়াম আদি মৌলৰ ভাৰসাম্য ৰক্ষাৰ কামো বৃক্কই সম্পাদন কৰে।কিডনীত অসুস্থততাৰ বাবে-বহু ধৰণৰ সমস্যা হবলৈ আৰম্ভ কৰে।সেয়হে-বৃক্কৰ স্বাস্থ্যৰ প্ৰতি-যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। ( Assamese Health Tips )


চকু আৰু ছালে-বৃক্কৰ বিসংগতি বিষয়ে-ইংগিত দিব পাৰে।

*বৃক্কৰ স্বাস্থ্যৰ ওপৰত-প্ৰভাৱ অৰ্থাৎ গুৰুতৰ ৰোগ-


*বিশেষজ্ঞলৰ মতে-আমি কিডনীৰ সম্পূৰ্ণ যত্ন লোৱা উচিত।সেইবোৰ বস্তু আপোনাৰ খাদ্য তালিকাত-অন্তৰ্ভুক্ত কৰিব লাগে।যিবোৰ কিডনীৰ বাবে-উপকাৰী।কিডনী সুস্থ কৰি ৰাখিবলৈ যথেষ্ট পৰিমাণে-পানী খাব লাগে। বিশেষজ্ঞসকলে কয় যে-যদি বৃক্ক ৰোগত আক্ৰান্ত হয়,তেতিয়া সম্পূৰ্ণ শৰীৰ অসুস্থ হৈ পৰে।সেয়ে-ইয়াৰ প্ৰতি অসাৱধান হোৱা উচিত নহয়।সাধাৰণতে-প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাবোৰক কিডনীৰ লক্ষণ হিচাপে দেখা যায়।কিন্তু আজি আমি চকু আৰু ছালৰ সহায়ত-কিডনীৰ অৱস্থা কেনেকৈ জানিব পাৰিম-


*ছালৰ সমস্যা-

দৰাচলতে-বৃক্কই সঠিকভাৱে কাম নকৰিলে-ছাল শুকান লগতে-খজুৱতিৰ সমস্যা হব পাৰে।আচলতে-কিডনীয়ে আমাৰ তেজৰপৰা বিষাক্ত পদাৰ্থবোৰ ফিল্টাৰ কৰি-ছাললৈ বিশুদ্ধ তেজ কঢ়িয়াই।সেইবাবে-কিডনীয়ে সঠিকভাৱে কাম নকৰিলে-ছালৰ লগত বিভিন্ন সমস্যাৰ বৃদ্ধি পায়।আমাৰ তেজত বিষাক্ত পদাৰ্থ বৃদ্ধি হোৱাটো-যিকোনো প্ৰকাৰৰ গুৰুত্বৰ ৰোগৰ কাৰণ বুলি গণ্য কৰা হয়। ( Assamese Health Tips )


*চকুৰ সমস্যা-

অসুস্থ কিডনীৰ বাবে-চকুৰ সমস্যাও হব পাৰে।বিশেষজ্ঞসকলে কয় যে-যদি চকুৰ চাৰিওফালে ফুলা অনুভৱ হয় আৰু চকুৰ পৰীক্ষাত ইয়াৰ কাৰণ-স্পষ্টকৈ বুজি পোৱা নাযায়-তেতিয়া তেনে অৱস্থাত বিশেষজ্ঞ পৰামৰ্শ অনুসৰি-কিডনী পৰীক্ষা কৰিব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages