দুৰ্গন্ধৰ পৰা আৰম্ভ কৰি দাঁতৰ বিষলৈকে কেইটামান ঘৰুৱা উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

দুৰ্গন্ধৰ পৰা আৰম্ভ কৰি দাঁতৰ বিষলৈকে কেইটামান ঘৰুৱা উপায় : Assamese Health Tips

Assamese Health Tips


দুৰ্গন্ধৰ পৰা আৰম্ভ কৰি-দাঁতৰ বিষলৈকে।মুখৰ স্বাস্থ্যৰ কেইটামান ঘৰুৱা উপায়- ( Assamese Health Tips )


*মুখ আমাৰ শৰীৰৰ মুখ্য অংগ।ইয়াৰ পৰা যি-খাদ্য-পানীয় ভিতৰলৈ যায়,ই আমাৰ শৰীৰৰ স্বাস্থ্যৰ সৃষ্টি কৰে বা অৱনতি ঘটায়।যদি আমি ভাল বস্তু খাওঁ-তেন্তে আমাৰ শৰীৰ সুস্থ হব আৰু অস্বাস্থ্যকৰ বস্তুৱে আমাৰ স্বাস্থ্য বিনষ্ট কৰিব।আপুনি যিদৰে আপোনাৰ-ঘৰৰ মূল গেটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লোৱা অধিক প্ৰয়োজন।যাতে-শৰীৰৰ ভিতৰত কোনো সমস্যা নহয়।


*মুখৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা বজাই ৰখাৰ-কেইটামান ঘৰুৱা উপায়-


১/মৌ সেৱন-

মুখ পৰিষ্কাৰ,দাঁত সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ-প্ৰতিদিনে পুৱা আৰু গধূলী ১চামুচ মৌ-ৰস খাব লাগে।মৌ-ৰস খোৱাৰ-প্ৰায় ২০ মিনিটলৈ একো খাব নালাগে।এনে কৰিলে সঘনাই পিয়াঁহ লগা সমস্যাৰ পৰা উপশম পোৱা যায়-লগতে মুখ'খন সুস্থ হয় থাকে।


২/তিলঃ-

যদি আপোনাৰ দাঁত ওলায়,অৰ্থাৎ দাঁতৰ কোনো সমস্যা থাকে।তেতিয়া আপুনি তিল পিহি-সেই পেষ্ট দাঁতত লগাব পাৰে।ইয়াৰ দ্বাৰা-অতি সোনকালে আপুনি এনে সমস্যাৰ পৰা সকাহ পাব।দাঁত লৰচৰ-কৰাৰ ফলত হোৱা অস্বস্তি আৰু দাঁতৰ বিষতো-এই তিলৰ পেষ্ট উপকাৰী।আপুনি তিল পিহি ব্যৱহাৰ কৰি এনে যিকোনো সমস্যাৰ পৰা সকাহ পাব পাৰে। ( Assamese Health Tips )


৩/লৱণ সেৱন-

ডিঙিত জ্বলা পোৰা,মুখৰ দুৰ্গন্ধ হলে বা ডিঙিটো অতি সংবেদনশীল হলে-মুখত লৱণ দি-মিঠাইৰ দৰে চুহি থাকিব।৪/৫ঘন্টা এই কাম কৰিব পাৰে।আৰু ইচ্ছা কৰিলে-মুখত লৱণ লগাই-দাঁতৰ তলত বা জিভাৰ তলত ৰাখি নিশা শুব পাৰে।


৪/গাখীৰ-

আপুনি বাৰে বাৰে-পিয়াঁহ অনুভৱ কৰি আছে।আৰু পানী খোৱাৰ পাছতো সকাহ পোৱা নাই।যদি আপোনাৰ মুখ'খন সকলো সময়তে শুকান হৈ থাকে।তেন্তে আপুনি স্বাভাৱিক-গৰম গাখীৰ খোৱা উচিত।শীতকালত এই সমস্যা হলে-গৰম গাখীৰ খাব পাৰে।আৰু এনে গাখীৰে তাৎক্ষণিক ভাবে উপকাৰ দিয়ে।


৫/শুদ্ধ ঘীঁউ-

মুখত ফোহা,জ্বলা-পোৰা,মছলাযুক্ত খাদ্য খোৱাৰ পাছত-তীব্ৰ জ্বলা- পোৰা হোৱা ইত্যাদিত-গৰুৰ শুদ্ধ ঘীঁউ লগালে,এই সমস্যাৰ পৰা মুক্তি পাব।


৬/গৰম পানী-

মুখ'খন শুকান অনুভৱ হোৱা,আৰু মুখৰ পৰা দুৰ্গন্ধ আহিলে-কুহুমীয়া গৰম পানী খাব লাগে।(সংগ্ৰহিত)। 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages