পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

পানীৰ অভাৱ হলে শৰীৰত দেখা দিয়া ৩টা লক্ষণ : Assamese Health Tips

Assamese Health Tips


*শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা হয়।এই সমস্যা বেছিভাগ গ্ৰীষ্মকালত হয়।( Assamese Health Tips )


যদি এই বিষয়ে মানুহে সময়তে গম নাপায় যে-শৰীৰত পানীৰ অভাৱ কিয় হৈ আছে-তেনেহলে এয়া তেওঁৰ বাবে এক ডাঙৰ সমস্যা হব পাৰে।ডিহাইড্ৰেচনৰ উপৰিও ছাল আৰু পাকস্থলীও প্ৰভাৱিত হয়।কেৱল এয়াই নহয়-মানুহৰ মগজুৱেও সঠিকভাৱে কাম নকৰে।এই পৰিস্থিতিত আমি জানিব লাগে যে- পানীৰ অভাৱৰ লক্ষণবোৰ কি? 


১)ঘাম বাহিৰ নোহোৱা-

গ্ৰীষ্মকাল আহি পৰিছে।এনে পৰিস্থিতিত যদি মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ নহয়,তেনেহলে এয়া এক গুৰুত্বৰ সমস্যা হব পাৰে।এইটো এনে এটা লক্ষণ যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।কিয়নো ইয়াৰ অৰ্থ হৈছে যে মানুহজনৰ শৰীৰ হাইড্ৰেট নহয়।কিয়নো এনে?লোকৰ ঘাম নোলায়।( Assamese Health Tips )



২/হৃদস্পন্দন বৃদ্ধি হোৱা=

পানীৰ অভাৱৰ বাবে মানুহৰ হৃদযন্ত্ৰ দ্ৰুতগতিত স্পন্দন কৰিবলৈ লয়।শৰীৰত পানীৰ অভাৱৰ অৰ্থ হৈছে-তেজৰ পৰিমাণ কম হোৱা।যাৰ অৰ্থ হৈছে- মানুহৰ হৃদযন্ত্ৰই অধিক পাম্প কৰিব লগা হোৱা।গতিকে যদি কোনো কাৰণ নোহোৱাকৈ মানুহৰ হৃদযন্ত্ৰ অধিক হাড়ত স্পন্দন কৰিছে-তেন্তে ইয়াৰ প্ৰতি মনোযোগ দিব লাগে।


৩/ছালতো পৰিৱৰ্তন হোৱা-

পানীৰ অভাৱৰ বাবে মানুহৰ ছালত যথেষ্ট প্ৰভাৱ পৰে।যদি মানুহে ৰ'দত নিজৰ মুখত চানষ্কীণ প্ৰয়োগ কৰে,তাৰ পাছতো ছাল শুান হৈ থাকে।তেনেহলে বুজি লওক যে-মানুহৰ শৰীৰত পানীৰ অভাৱ হৈছে।এনে পৰিস্থিতিত মানুহে অধিক পানী সেৱন কৰা উচিত।উন্নত স্বাস্থ্যৰ বাবে এদিনত কমেও ৮=৯গিলাচ পানী সেৱন কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages