দুপৰীয়া আহাৰ খোৱাৰ পাছত কৰে নেকি এই কাম : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

দুপৰীয়া আহাৰ খোৱাৰ পাছত কৰে নেকি এই কাম : Assamese Health Tips

Assamese Health Tips


 দুপৰীয়া আহাৰ খোৱাৰ পাছত-কৰে নেকি এই কাম!এই এটা ভুলেই-আপোনাৰ স্বাস্থলৈ-মাতি আনিব পাৰে বিপদ। ( Assamese Health Tips )


*খাই লৈ উঠাৰ পাছত-স্নান-বহুতৰেই আছে এই অভিজ্ঞতা।শীতকাল বা পুৱাৰে-পৰা বৰষুণ দি-থাকিলে-শৰীৰ-মনত-ক্লান্তি বিৰাজ কৰে।মনত ভাৱ হৈ-প্ৰথমতে খাই লোৱা যাওক-তাৰপাছত স্নান।


*কিন্তু বহুতেই নাজানে-স্নানৰ সময়ত শৰীৰৰ-তাপমাত্ৰা কমে।হজম প্ৰক্ৰিয়া লেহেমীয়া হয়।সেয়ে-খাদ্য খোৱাৰ পাছত গা-ধোৱা অস্বাস্থ্যকৰ বুলি ধাৰণা কৰা হয়।বিভিন্ন শাস্ত্ৰ আৰু পুৰাণত-প্ৰথমে স্নান আৰু তাৰপাছত মধ্যহ্ন ভোজন কৰাৰ পৰামৰ্শ দিয়া হৈছে।এই সম্পৰ্কে চিকিৎসা বিজ্ঞান আৰু আয়ুৰ্বেদে কৈছে যে-


*আয়ুৰ্বেদিক দৰ্শন-

স্নান কৰিলে-শৰীৰ ঠাণ্ডা হয়।আৰু শৰীৰ ঠাণ্ডা হৈ থাকিলে-ৰক্তৰ সঞ্চালনৰ গতি কমি যায়।আয়ুৰ্বেদিক চিকিৎসকে কৈছে-হজমৰ বাবে-প্ৰচুৰ এনাৰ্জীৰ প্ৰয়োজন।


*আয়ুৰ্বেদত খোৱাৰ পাছত-খোৱাৰ পাছত স্নান কৰাটো নিষেধ কৰা হৈছে।সেয়ে-খোৱাৰ অন্তত-১'ৰপৰা ৩ঘন্টা পূৰ্ৱে স্নান কৰা উচিত।


*চিকিৎসা বিজ্ঞানে কয়-

আধুনিক চিকিৎসা বিজ্ঞানো-আয়ুৰ্বেদৰ সৈতে একমত।তেওঁলোকে কৈছে-স্নানৰ সময়ত-ৰক্ত সঞ্চালনৰ গতি-কমি যায়।শৰীৰৰ তাপমাত্ৰা নামে।ইয়াৰ ফলত-হজম প্ৰক্ৰিয়া লেহেমীয়া হয়।সেয়ে-খোৱাৰ পূৰ্ৱে স্নান কৰা উচিত। ( Assamese Health Tips )



*শীতকালত গৰম পানীৰে গা-ধূৱে বহুতে।বহুতে আকো ঋতুভেদে সকলো সময়তে গৰম পানীৰে গা-ধুবলৈ ভালপায়।গৰম পানীৰে স্নানৰ এই প্ৰক্ৰিয়াক- হাইপাৰৰ্থামিক একচন বোলা হয়।ইয়াৰ ফলত শৰীৰলৈ উদ্দীপনা আহে।এয়া ভাল অভ্যাস বুলি মন্তব্য কৰিছে-চিকিৎসকলে।


*গৰম পানীৰে গা-ধুলে স্নায়ুতন্ত্ৰ শিথিল হয়।ইমিউন চিষ্টেম আৰু ছুইট'গ্লেনবোৰ উদ্দীপিত কৰে।যিয়ে-শৰীৰৰ বিষাক্ত পদাৰ্থ-অধিক মাত্ৰাত বাহিৰ কৰাত সহায় কৰে।সেয়ে-মধ্যাহ্ন ভোজনত বহাৰ পূৰ্ৱে-গৰম পানীৰে স্নান কৰিলে তৃপ্তি দিয়াৰ লগতে শৰীৰৰ বাবেও উপকাৰী।


*খোৱাৰ পাছত স্নান কৰিলে-হজমৰ সমস্যা হোৱাৰ লগতে-ইয়াৰ কিছু পাশ্ব ক্ৰিয়াও আছে।ইয়াৰ ফলত স্থুলতা-ওজন বৃদ্ধি আৰু পাচন তন্ত্ৰৰ-সমস্যা অন্যতম।


*ইমানেই নহয়-ৰোগ-প্ৰতিৰোধ ক্ষমতাও কমি যায়।সেয়ে-সুস্থ হৈ থাকিবলৈ-স্নানৰ পাছতহে মধ্যাহ্ন ভোজন কৰা উচিত।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages