উচ্চ ৰক্তচাপৰ ঔষধ খালে ৰক্তচাপ কমেনে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 16, 2022

উচ্চ ৰক্তচাপৰ ঔষধ খালে ৰক্তচাপ কমেনে জানি লওক : Assamese Health Tips

Assamese Health Tips


উচ্চ ৰক্তচাপৰ ঔষধ খালে ৰক্তচাপ কেতিয়াও নকমে । ৰক্তচাপৰ ঔষধে হৃদযন্ত্ৰৰ কাম কৰাৰ ক্ষমতা কম কৰি দি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ।। ( Assamese Health Tips )


 ফলত ক্ৰমান্বয়ে ৰক্তচাপৰ পৰা এদিন হৃদযন্ত্ৰৰ ৰোগী হৈ পৰে । পাছলৈ এদিন Pressure Stroke  হৈ চিৰদিনৰ বাবে পংগু হৈ পৰে নহলে মৃত্যু হয় ।


ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰক্তশুদ্ধি কৰাৰ দৰকাৰ । ৰক্তশুদ্ধি কৰাৰ আগতে যিবিলাক বস্তুৱে তেজ দূষিত কৰে , বেয়া কলেষ্টৰল সৃষ্টি কৰে সেইবোৰ সেৱন কৰা বন্ধ কৰিব লাগিব ।তাৰ পিছত তেজ পৰিষ্কাৰ কৰা প্ৰাকৃতিক ঔষধ সেৱন কৰাৰ দৰকাৰ ।।


আপুনি জীৱনৰ পৰা কেইটামান বস্তু একদম আঁতৰ কৰি দিব পাৰিলে একো ঔষধ নোখোৱাকৈ নিয়ন্ত্ৰণ হব পাৰে ৰক্তচাপ ।।


নিমখ , চেনী , ৰিফাইন তেল , মৈদা আৰু মৈদাৰ বস্তু , চয়াবিন ডালদা আদি বন্ধ কৰিব লাগিব ।। সাগৰৰ নিমখৰ সলনি শৈন্ধৱ নিমখ বা কলা নিমখ খাওঁক ।।


প্ৰত্যেকবিধ খাৰুৱা খাদ্যই ৰক্তশুদ্ধি কৰে । ইয়াৰ ভিতৰত অৰ্জুন চালৰ ৰস অতি উত্তম ৰক্তশুদ্ধিৰ ঔষধ । অৰ্জুন গছৰ চালৰ বাবে গছডাল কমেও 50 বছৰ পুৰণি হব লাগিব । যদি পুৰণি গছ নাপায় , তেন্তে আমাৰ readymade ৰস পোৱা যাব ।।


এই ৰস ৰাতিপুৱা আধা কাপ এক গিলাচ গৰম পানীত মিহলাই খাব । এইদৰে 2 -3 মাহ খালে তেজ একদম পৰিষ্কাৰ হয় , uric acid কমে , হৃদযন্ত্ৰৰ ৰোগ ভাল হোৱাৰ উপৰিও আন বহুতো কামত ই ৰামবান হয়।


প্ৰকৃতিৰ মূল্যবান বস্তুবোৰ প্ৰকৃতিয়ে সুৰক্ষিত  স্থানত লুকুৱাই ৰাখে ।  সোন-ৰূপ , হীৰা , কয়লা আদি যিদৰে প্ৰকৃতিয়ে লুকুৱাই ৰাখে , ঠিক সেইদৰে কিছুমান অমূল্য বনৌষধিও প্ৰকৃতিয়ে মানুহৰ পৰা আঁতৰত ৰাখিব চেষ্টা কৰে । যিদৰে  সঞ্জীৱনী  হনুমানেও বিচাৰি পোৱা নাছিল , ঠিক সেইদৰে এনে কিছুমান ঔষধ আছে , যিবোৰ সাধাৰণ মানুহে ঢুকি পোৱাৰ বহুত আঁতৰত থাকে ।  ( Assamese Health Tips )


'বান্দৰ কেঁকোৱা' এনেকুৱা এবিধ ঔষধ , যি ঔষধে বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙাৱ পাৰে ।  হয় সেইবিধ বান্দৰ কেঁকোৱাৰ কথা কৈছোঁ , যিবিধ গাত লাগিলে খুব খজুৱাই আৰু সাধাৰণতে মানুহে ইয়াৰ পৰা আঁতৰত থাকে ।


বান্দৰ কেঁকোৱাৰ বীজক প্ৰাকৃতিক viagra বুলিও  কব পাৰি । 

ই পুৰুষৰ শুক্ৰ দোষ নাইকিয়া কৰে , বীৰ্য্য ঘন কৰে ,  নুপুংসকতা ঠিক কৰে , পুৰুষৰ প্ৰায়বোৰ যৌন সম্বন্ধীয় ৰোগ ঠিক কৰিব পৰা ক্ষমতা আছে এইবিধ বনৌষধিত । 

আধুনিক জীৱনশৈলীৰ বাবেই হওক বা বিষাক্ত খাদ্য দৈনিক সেৱন কৰাৰ ফলত , মাদক দ্ৰব্য সেৱন কৰাৰ ফলত আজিকালি 30 বছৰৰ আগতেই বহুতো পুৰুষে বিভিন্ন ধৰণৰ যৌন সমস্যাত ভুগিব লগা হয় । 

ইয়াৰ বাবে বান্দৰ কেঁকোৱাৰ বীজ অতিকৈ লাভজনক হয় । 


এই বান্দৰ কেঁকোৱাৰ বীজ সেৱন কৰি জন্ম হোৱা শিশু  হৃষ্ট-পুষ্ট আৰু বলবান হোৱাৰ লগতে নিৰোগী আৰু জ্ঞানী হয় । 


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages