এই খাদ্য সমূহ ভুলতো একেলগে সেৱন নকৰিব অন্যথা বিপদত পৰিব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 12, 2022

এই খাদ্য সমূহ ভুলতো একেলগে সেৱন নকৰিব অন্যথা বিপদত পৰিব পাৰে : Assamese Health Tips

Assamese Health Tips


#####Osteomyelitis  , gangrene , psoriasis #####


ডায়েবেটিচ হলে হোৱা ঘাঁ , Gangrene , Psoriasis , Osteomyelitis  আদি অতি কম সময়ৰ ভিতৰত ঠিক কৰিব পৰা ঘৰুৱা বিধান ।। ( Assamese Health Tips )


50 মিলি গৌমূত্ৰ , 4 তা নাৰ্জী ফুল ,  কেঁচা হালধি 50 গ্ৰাম  লওঁক ।


প্ৰথমে গৌ মূত্ৰ লৈ ঘাঁ হোৱা ঠাইত তুলাৰে চাফা কৰক


 ।।। তাৰ পিছত  গৌমূত্ৰ,  হালধি আৰু , নাৰ্জী ফুলৰ পাহীখিনি উলিয়াই লৈ চাটনি বনাওক ।।   


মিশ্ৰণ খিনি চাটনিৰ নিচিনা হব লাগিব ।। গৌমূত্ৰ বেছি হোৱা যেন লাগিলে কমাই দিয়ক ।। 


তাৰ পিছত সেই চাটনি ঘাঁ হোৱা ঠাইত লগাওঁক ।।।  


15-20 দিনত ঘাঁ শুকাব ধৰিব ।।। তথাপিও ভালকৈ খিম নোহোৱালৈ দৈনিক তেনেকৈ লগাই থাকক ।।। 


Psoriasis ৰ বাবে নিয়মিত 6 মাহ লগাব লাগিব । 


চাবোনৰ ব্যৱহাৰ নকৰিব । চাবোনৰ ঠাইত বেচন আৰু হালধীৰ মিশ্ৰণ ব্যৱহাৰ কৰি গা ধুব ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


 নিষিদ্ধ ভোজন

★★★★★

1) পিয়াজ + কণী ❌ (প্ৰস্বাৱ ৰ বেগ বাঢ়ে/বহুমূত্ৰ হয় )

2) তিতা + টেঙা ❌ 

3) টেঙা দৈ +কল+গুৰ❌ ( ৰোগীয়া হয়)

4) মাটি ডাইল + গাখীৰ ❌ 

5) মাটি ডাইল+বৰালী মাছ+কৰ্দৈ ❌(বিষাক্ত খাদ্য)

6) এঁৱা গাখীৰ+ মাছ  ❌ ( তেজৰ দোষ)

7) ভাত কেৰেলা + তিতা কেৰেলা❌ (বিষক্ৰিয়া হয়)

8) এঁৱা গাখীৰ + নাৰিকল ❌

9) এঁৱা গাখীৰ+ নিমখ ❌( নাড়ীত ঘাঁ হয়)

10) বৰা চাউল +হাঁহৰ কণী+মাটিমাহ+বৰালী মাছ❌

11) কচু + কোমোৰা+ বেঙেনা ❌ ( বাত বিষ হয়)

12) তেঁতেলী + থেকেৰা ❌

13) মূলা, চজিনা,নহৰু খাই এঁৱা গাখীৰ নাখাব❌

14) ঘিউ মৌ খাই কণী নাখাব❌

15) তামৰ পাত্ৰত মৌ নাখাব❌


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


 ( Assamese Health Tips )


No comments:

Post a Comment

Advertisement

Pages