সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপছ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 23, 2022

সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপছ : Assamese Fact


*শিশুসকলক পঢ়া-শুনা বিশেষকৈ হোমৱৰ্কৰ পৰা সাধাৰণতে-দূৰত থাকিব বিচাৰে।ইয়াৰ কাৰণ হল-শিশুৱে খেলা-ধুলা বা বৰ্তমান মোবাইল গেম খেলিবলৈ বেছি ভালপায়।( Assamese Fact )


অভিভাৱকসকলক উদ্দেশ্যি বিশেষজ্ঞসকলে কৈছে যে-যদি সন্তানে মবাইল লৈ ব্যস্ত থাকে-তেন্তে সেই মবাইলতে স্কুলৰ হমৱৰ্কৰ লগতে পঢ়া-শুনাৰ পাঠ্যসূচী আপলোড কৰি লব পাৰি।মবাইল চোৱাৰ সময়ত-শিশুসকলে সেয়া সহজে-আয়ত্ত কৰিব পাৰিব।এয়া এক সহজ পদ্ধতি বুলি মত প্ৰকাশ কৰিছে-বিশেষজ্ঞই।


*স্কলৰ হোমৱৰ্কৰ প্ৰতি বিমুখতাৰ বাবে-বেছিভাগ শিশুৱে সঠিক সময়ত-তেওঁলোকৰ হোমৱৰ্ক শেষ কৰিব নোঁৱাৰে।ফলত একেবাৰে-স্কুল খোলাৰ সময়ত-শিশুসকলে হোমৱৰ্ক শেষ কৰিবলগীয়া হয়।ইয়াৰ বাবে-প্ৰত্যেক পিতৃ-মাতৃয়ে হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয়।এই সময়ত শিশুসকলৰ লগত বন্ধুৰ দৰে-আচৰণ কৰি-শিশুসকলৰ মনৰ ওচৰ চাপিব লাগে।খেলাৰ চলেৰে-শিশুসকলৰ সৈতে-এই কাম কৰাব লাগে। গালি-গালাজ-কৰিলে নহব।( Assamese Fact )


*শিশুৰ মনত যাতে-কোনো বিৰূপ প্ৰভাৱ নপৰে।তাৰবাবে-প্ৰত্যেকজন পিতৃ-মাতৃয়ে সদায় সচেতন হব লাগে।যেনে-সদায় ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখা অতি আৱশ্যক।বিশেষ কৰি-অতিৰিক্ত গালি-গালাজ কোনো শিশুৱে ভাল নাপায়।সেয়ে-শান্ত ভাৱে-শিশুসকলক বুজাই পঢ়া-শুনাৰ প্ৰতি মনোযোগী কৰি তুলিব লাগে।


*বিশেষজ্ঞসকলে জনাইছে যে- হোমৱৰ্ক যে কিমান গুৰুত্বপূৰ্ণ সেয়া কোনো শিশুৱে বুজিব নিবিচাৰে।সকলো শিশুৰ মেধা শক্তিও প্ৰখৰ নহয়।সেয়ে-ধৈৰ্য্যৰ সৈতে-শিশুৰ হোমৱৰ্কৰ লগত পঢ়া-শুনাত আগ্ৰহী কৰি তুলিব লাগে।


*ইয়াৰ উপৰিও স্বাস্থ্যক লৈও প্ৰত্যেক পিতৃ-মাতৃ সচেতন হোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই।স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য সদায় খুৱাব লাগে।লগতে-শিশুৰ ঘৰত পঢ়া-শুনাৰ এক সময়সূচী তৈয়াৰ কৰি দিব লাগে।যাতে-বাকী সময়ত শিশুসকল নিজৰ মতে থাকিব পাৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages