উখোৱা চাউলে আপোনাৰ শৰীৰৰ পৰা এই ৰোগসমূহ দূৰ কৰাত সহায় কৰে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 26, 2022

উখোৱা চাউলে আপোনাৰ শৰীৰৰ পৰা এই ৰোগসমূহ দূৰ কৰাত সহায় কৰে : Assamese Fact

Assamese Fact


 উখোৱা চাউলৰ উপকাৰিতা-


*মধুমেহ ৰোগীৰ বাবে-উপকাৰী-


*ডায়বেটিচ থকা ৰোগীসকলৰ উপযুক্ত মেগনেছিয়ামৰ অভাৱৰ ফলত ইনচুলিন নিৰ্মাণৰ প্ৰক্ৰিয়া বাধাগ্ৰস্থ হয়।( Assamese Fact )


ইনচুলিনৰ অভাৱ হোৱা নাইবা ইনচুলিন প্ৰস্তুত নোহোৱাই হৈছে-ডায়বেটিচৰ কাৰক।যদি আপুনি প্ৰতিদিনে-উখোৱা চাউলৰ ভাত খায়-তেতিয়া আপোনাৰ শৰীৰে প্ৰতিদিনে প্ৰয়োজন হোৱা মেগনেছিয়ামৰ ৪৪শতাংশ প্ৰাপ্ত কৰে।যাৰ ফলত ডায়বেটিচ ৰোগীসকলৰ বাবে-উপকাৰী।


*অধিক পুষ্টি-


*বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা-প্ৰস্তুত কৰাৰ বাবে- উখোৱা চাউলত সাধাৰণ চাউলৰ তুলনাত অধিক-ফাইবাৰ,কেলচিয়াম, পটাছিয়াম আৰু ভিটামিন বি-৬-পোৱা যায়।অধিক মেংগানিজ থকাৰ বাবে-উখোৱা চাউলে ৰক্তচাপ হ্ৰাস কৰাত আৰু হাৰ্ট এতেকৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে।ইয়াত যথেষ্ট পৰিমাণৰ জিংক পোৱা যায়-যিয়ে-ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


*কেন্সাৰৰ পৰা সুৰক্ষিত কৰে-


*উখোৱা চাউলত যথেষ্ট পৰিমাণে- এন্টি-অক্সিডেন্ট আছে যিয়ে-কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰে।( Assamese Fact )



*মেদবহুলতা কমাবলৈ-উখোৱা চাউল-


*উখোৱা চাউলত-কেলৰিৰ পৰিমাণ কম থাকে।কিয়নো-উখোৱা চাউল পাতলকৈ ফুলি থাকে আৰু চাউলটোৰ আকাৰৰ তুলনাত ওজন কম থাকে।


*হজম শক্তি ভাল হয়-


*উখোৱা চাউলে-পাচন প্ৰণালীক ইয়াৰ কাম সহজে কৰাত সহায় কৰে।সেয়হে-ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দৰে-সমস্যাত ভোগা সকলে এই চাউল ব্যৱহাৰ কৰিলে সুফল পাব।


*থাইৰড থকা সকলে-উখোৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন।


*উখোৱা চাউল গেছ থকা সকলৰ বাবে-যথেষ্ট উপকাৰী।


*উখোৱা চাউলৰ ভাতে-ৰক্তহীনতা প্ৰতিৰোধ কৰে।উখোৱা চাউলে-হাঁড়, দাঁতৰ গঠন শক্তিশালী কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages