হালধিৰ উপকাৰী গুণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 20, 2022

হালধিৰ উপকাৰী গুণ : Assamese Fact

Assamese Fact


হালধিৰ উপকাৰী গুণ-


১/এণ্টি -বেক্টেৰিয়েল,এণ্টি-ভাইৰেল গুণ যুক্ত হালধিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।( Assamese Fact )


২/এগিলাচ গৰম গাখীৰত এচামুচ হালধি গুৰি মিহলাই শোৱাৰ আগতে খালে অনিদ্ৰাহীনতা দূৰ কৰে।


৩/যি সকল লোকৰ সহজে এলাৰ্জি , জ্বৰ-কাহ হয়/তেনে ক্ষেত্ৰত ৰাতিপুৱা নাইবা শোৱাৰ আগতে একাপ হালধি মিহলোৱা গাখীৰ খালে উপকৃত হয়। 


৪/এচামুচ কেঁচা হালধিৰ ৰসৰ লগত নিমখ মিহলাই ৰাতিপুৱা খালি পেটত খালে কৃমিৰ সমস্যা দূৰ হয়।


৫/লিভাৰৰ সমস্যা তথা লিভাৰ সুস্থ-সবল হ'বলৈ নিয়মিয়াকৈ দুই-তিনি চামুচ কেঁচা হালধিৰ ৰস মৌ মিহলাই খাব লাগে।


৬/হালধিৰ ৰস খালে পাচনতন্ত্ৰ শক্তিশালী হয় । হজম ক্ষমতা বাঢ়ে । আভোক , এচিডিটিৰ সমস্যা নোহোৱা হয় ।


৭/ব্ৰংকাইটিছৰ সংক্ৰমণ হ'লে এচামুচ শুকান হালধিৰ গুৰি এগিলাচ গাখীৰৰ সৈতে খালে উপকৃত হয়।


৮/ হালধিৰ ৰস ডায়েবেটিছ,অৰ্শ,হৃদ ৰোগ, কেঞ্চাৰ,কলেষ্টৰলৰ সমস্যা,স্নায়ু ৰোগ,কাহ-কফ , টনচিলৰ সমস্যাৰ বাবে অতি উপকাৰী।( Assamese Fact )


৯/বাত বিষত কেঁচা হালধিৰ ৰস নিয়মিয়াকৈ খালে উপকৃত হয়।


১০/ হালধিৰ ৰসে তেজ পৰিষ্কাৰ কৰে। তেজ বঢ়ায়,ছালৰ উজ্বলতা বঢ়ায় ।


১১/কেঁচা হালধি আৰু মহা নিমৰ পাত একেলগে পিচি প্ৰতি দিনে পুৱা এচামুচ মানকৈ খালে এলাৰ্জি জনিত সমস্যাত সুফল পোৱা যায়।


১২/ব্ৰণ,খৰ,,খজুৱতি,ঘাঁ আদি ছালৰ সমস্যাত হালধিৰ ৰস উপকাৰী।


১৩/অত্যাধিক মূৰ বিষ হ'লে কেঁচা হালধি এডোখৰ পুৰি তাৰ ধোৱাঁ শুঙিলে আৰাম পোৱা যায় ।

    {সংগ্ৰহিত


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages