সোণ হেৰুৱাটো শুভ নে-অশুভ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 15, 2022

সোণ হেৰুৱাটো শুভ নে-অশুভ : Assamese Fact

Assamese Fact


সোণে সকলোকে আকৰ্ষিত কৰে।সোণক জ্যোতিষ শাস্ত্ৰত বৃহস্পতি গ্ৰহৰ কাৰক মনা হয়।( Assamese Fact )


সোণ বা স্বৰ্ণ সকলো মূল্যৱান ধাতুৰ ভিতৰত এবিধ হয়।হিন্দু ধৰ্মত সোণক এক পবিত্ৰ ধাতু হয়।সোণৰ জিলিকণিয়ে সকলোকে আকৰ্ষিত কৰে।মহিলাসকলৰ সোণ অতি প্ৰিয়।বিবাহিত স্ত্ৰীৰ মংগলসূত্ৰটো সোণৰ প্ৰয়োগ কৰা হয়।


সোণৰ জ্যোতিষ শাস্ত্ৰৰ মহত্ব-

জ্যোতিষ শাস্ত্ৰ অনুসাৰে সোণৰ সম্বন্ধ গুৰু অৰ্থাৎ বৃহস্পতি গ্ৰহৰ লগত হয়।গুৰুক দেৱ গুৰু বৃহস্পতিক কোৱা হয়।বৃহস্পতি এক শুভ গ্ৰহ মনা হয়।এয়া-প্ৰশাসন,জ্ঞান,উচ্চ পদ আৰু সুখ-সমৃদ্ধিৰ কাৰক মনা হয়।


সোণ হেৰুৱাটো শুভ নে-অশুভ!


সোণৰ সম্বন্ধ সুখ-সমৃদ্ধিৰ লগত জড়িত থাকে।সোণ হেৰুৱাটো শুভ মনা নহয়।সেইবাবে সোণৰ ৰক্ষা কৰাৰ কথা কোৱা হয়।শকুন শাস্ত্ৰ অনুসাৰে সোণ হেৰুৱাটো দুৰ্ভাগ্যৰ জাননী হব পাৰে।ইয়াৰ লগতে বৃহস্পতি গ্ৰহৰ দুৰ্বল হোৱাৰো সংকেত হয়।বৃহস্পতি দুৰ্বল হলে জীৱনত উচ্চ পদ পাবলৈ সমস্যা আহে।শিক্ষাৰ ক্ষেত্ৰটো সমস্যাৰ সন্মুখীন হবলগীয়া হয়।ইয়াৰ লগতে দাম্পত্য জীৱনটো সমস্যা আহে।পেটৰ লগত সম্বন্ধীয় ৰোগ হয়।সোণ হেৰালে-বৃহস্পতি গ্ৰহৰ লগত জড়িত সমস্যাৰ সন্মুখীন হবলগীয়া হয়।( Assamese Fact )


ইয়াৰ লগতে এইসমূহৰো সংকেত দিয়ে-


ডিঙিৰ সোণ হেৰালে-বৈভৱৰ কম হোৱাৰ সংকেত হয়।


সোণৰ খাৰু হেৰুৱালে-মান সন্মান কম হোৱাৰ সংকেত হয়।


সোণৰ আঙুঠি হেৰুৱালে-শৰীৰৰ লগত জড়িত সমস্যাৰ সন্মুখীন হবলগীয়া হয়।


নাকৰ সোণ হেৰুৱালে-অপয়শ পোৱাৰ সংকেত হয়।


কাণৰ সোণ হেৰুৱালে-বহু বেয়া খবৰ পোৱাৰ সংকেত হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages