সুখৰ বাবে ঘৰত ফেংচুই মেকুৰী কি ৰংৰ ৰাখিব লাগে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 27, 2022

সুখৰ বাবে ঘৰত ফেংচুই মেকুৰী কি ৰংৰ ৰাখিব লাগে জানি লওক : Assamese Fact

Assamese Fact


 জীৱনটো সমস্যাই আগুৰি ধৰিলে-লগত ৰাখক-এই সমূহ ৰংৰ ফেংচুই মেকুৰী!( Assamese Fact )


*ফেংচুই শাস্ত্ৰই কোৱা-বিভিন্ন উপায়সমূহৰ পৰা আমি সুখ,শান্তি আৰু সমৃদ্ধি লাভ কৰিব পাৰোঁ।ফেংচুই সামগ্ৰী ঘৰত ৰাখিলে-ব্যক্তিজনৰ জীৱনলৈ ইতিবাচক শক্তিৰ লগতে সৌভাগ্য আহে। ফেংচুইত এনেকুৱা বহুতো কথা কোৱা হৈছে-যিয়ে ঘৰত থকা নেতিবাচক শক্তি আঁতৰ কৰে।ইয়াৰ ভিতৰত এটা হৈছে-ফেংচুই মেকুৰী।সুখৰ বাবে-ঘৰত ফেংচুই মেকুৰী কি ৰংৰ ৰাখিব লাগে-আৰু ইয়াক ৰখাৰ নিয়মসমূহ-


*ফেংচুই মেকুৰীক বহুত ভাগ্যৱান বুলি গণ্য কৰা হয়।ফেংচুই মতে-ফেংচুই মেকুৰী ঘৰত বা কৰ্মস্থানত ৰাখিলে-আহিবলগীয়া প্ৰতিটো সংকট প্ৰতিহিত কৰে।এই ভাগ্যৱান মেকুৰীৰ এটা ঠেং থিয় হৈ থাকে।যিয়ে-নিৰন্তৰ চলাচল কৰি থাকে।ইয়াক মানি কেট বুলিও কোৱা হয়।ফেংচুই মেকুৰীবোৰ বিভিন্ন ৰংৰ হয়।যিয়ে-জীৱনৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায়।


*কি ৰংৰ ফেংচুই মেকুৰী কোন দিশত ৰাখিব-


*যিসকল বিত্তীয় সমস্যাত ভুগি আছে-তেওঁলোকে- তেওঁলোকৰ ঘৰত বা দোকানত-এটা সোণালী ফেংচুই মেকুৰী ৰাখক।এনে কৰিলে-বিত্তীয় অৱস্থা শক্তিশালী হয় আৰু ঘৰলৈ ইতিবাচক শক্তি আহে।( Assamese Fact )


*সৌভাগ্যৱান হবলৈ-আপুনি সেউজীয়া ৰংৰ ফেংচুই মেকুৰী এটা ঘৰৰ উত্তৰ-পূৱ দিশত ৰাখিব।ফেংচুই মেকুৰী এই দিশত ৰখাটো-লাভজনক প্ৰমাণিত হয়।


*যদি আপুনি-আপোনাৰ প্ৰেম জীৱন সফল কৰিব বিচাৰে-তেন্তে-আপুনি এটা ৰঙা ৰংৰ ফেংচুই মেকুৰী ঘৰলৈ আনি-ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰাখিব লাগে।


*ঘৰত সুখ আৰু ধন বজাই ৰাখিবলৈ-ঘৰত নীলা ৰংৰ ফেংচুই মেকুৰী থকাটো শুভ।এই মেকুৰীটো ঘৰৰ-দক্ষিণ-পূৱ দিশত ৰাখিব লাগে।( সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages