শুই থকাৰ সময়ত নাক বাজে যদি এই টিপচসমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 15, 2022

শুই থকাৰ সময়ত নাক বাজে যদি এই টিপচসমূহ জানি লওক : Assamese Fact

Assamese Fact


 শুই থকাৰ সময়ত-নাক বাজে নেকি?চিৰদিনৰ বাবে-নাক বজা বন্ধ কৰিবলৈ-কিছুমান সহজ টিপছ-( Assamese Fact )


*শুই থকাৰ সময়ত নাক বাজে নেকি! নাক বাজিলে-প্ৰায়ে উপহাস কৰা হয়।কিন্তু সমস্যাটোক লৈ ঠাট্ৰা কৰিয়েই উৰুৱাই দিব নোঁৱাৰি।অতিৰিক্ত ওজনৰ বাবে-নাকত যিকোনো ধৰণৰ ব্লক,নাকৰ হাড়ৰ যিকোনো সমস্যা-চৰ্দি,হাওঁফাওঁৰ সমস্যাৰ বাবে,মানুহৰ নাক বাজে। কিন্তু এই সমস্যাবোৰৰ অতি সহজে-মোকাবিলা কৰিব পাৰি।সেইবোৰ হল-


*এটা কথা সঁচা যে-শুই থাকোঁতে-নাক বজালে প্ৰায়ে উপহাস কৰা হয়। 


*অধ্যনয়ত দেখা গৈছে যে-চিত হৈ শোৱাৰ পৰিৰ্ৱতে সোঁ বা বাঁওফালে কাটিকৈ শুলে-নাক বজা সমস্যা বহুখিনি কমি যায়।


*যি সকল লোকৰ-নাক বন্ধ হৈ থাকে বা চৰ্দি হৈছে-তেওঁলোকে প্ৰায়ে নাক বজা সমস্যাত ভুগিবলগীয়া হয়।শুকান বতৰত এইবোৰ সমস্যা বেছি হয়।গতিকে শোৱা কোঠাটোৰ উষ্ণতা আদ্ৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।আপুনি হিউমিডিফায়াৰ ব্যৱহাৰ কৰিব পাৰে।( Assamese Fact )


*টোপনি পৰ্যাপ্ত নহলে আৰু শৰীৰ দুৰ্বল আৰু ভাগৰুৱা হলে-নাক বজাৰ সম্ভাৱনা বেছি হয়।গতিকে প্ৰতি নিশা শোৱাৰ আগে-ভাপ লব। ই নাক বজা বন্ধ কৰিব।


*অতিৰিক্ত ওজনৰ বাবে-নাক বজাৰ সমস্যা সৃষ্টি হয়।মেদবহুল।লোকৰ ডিঙি আৰু কান্ধত অতিৰিক্ত কলা থাকে।যাৰ ফলত বায়ুপত সংকুচিত হয় আৰু নাক বাজে।


*ওপৰৰ বায়ুপথ বন্ধ হলে-নাক বাজে।অধ্যনয়ত দেখা গৈছে যে-শুই থকাৰ সময়ত মূৰটো ওপৰলৈ তুলি ৰাখিলে-অষ্ট্ৰাক্টিভ স্লিপ এপনিয়া থকা ৰোগীৰ বায়ুপথৰ বাধা গ্ৰস্ততা ৰোধ কৰি পাৰি।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages