এই সপোনৰ অৰ্থ ধনলাভ তথা জীৱনত বহু বেছি টকা পোৱাৰ সংকেটো দিয়ে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 6, 2022

এই সপোনৰ অৰ্থ ধনলাভ তথা জীৱনত বহু বেছি টকা পোৱাৰ সংকেটো দিয়ে : Assamese Fact

Assamese Fact

 

সপোন ফুল দেখাৰ অৰ্থ-


কমলৰ ফুল-

কমলৰ ফুল ধনৰ দেৱী মা লক্ষ্মীৰ আসন হয়।সপোনত কমলৰ ফুলক দেখা শুভ মনা হয়।এয়া এক বহু শুভ সংকেত মনা হয়।এই সপোনৰ  অৰ্থ-ধনলাভ তথা জীৱনত বহু বেছি টকা পোৱাৰ সংকেটো দিয়ে ।( Assamese Fact )


কাঠ-খৰিকাজাই-

খৰিকাজাই ফুল সপোনত দেখাৰ অৰ্থ শুভ হয়।এনে সপোনে ভৱিষ্যতে ভাগ্য জিলিকাৰ জাননী দিয়ে।লগতে জীৱন সলনি হোৱা আৰু সুখ প্ৰাপ্ত হোৱাৰ সংকেত হয়।


ফুলৰ মালা-

সপোনত ফুলৰ মালা দেখা-অৰ্থাৎ ঘৰত শুভ কায্যৰ সংকেত হয়।এয়া বিবাহ তথা পূজা-পাঠৰ লগত সমন্ধিত হয়।


গোলাপ ফুল-

সপোনত গোলাপ ফুল দেখাৰ অৰ্থ-জীৱনত ভালপোৱা,মান সন্মান,পোৱাৰ সংকেত হয়।


নাৰ্জী ফুল-

সপোনত নাৰ্জী ফুল দেখাটো বহু শুভ মনা হয়।কাৰণ নাৰ্জী ফুলৰ মালা ভগৱানক অৰ্পণ কৰা হয়।ইয়াৰ অৰ্থ এয়াও হয় যে-আহিবলগীয়া সময়ত আপোনাৰ দ্ধাৰা মন্দিৰত পূজা বা অন্য কোনো পূণ্য কায্য সম্পন্ন হব।( Assamese Fact )


বাসী ফুল-

সপোনত বাসী ফুল বা মৰহি যোৱা ফুল দেখাটো অশুভ মনা হয়।ইয়াৰ অৰ্থ আপোনাৰ আত্মীয়ৰ লগত বেয়া হোৱাটো দৰ্শাই।


ফুলৰ বাগিচা-

সপোনত যদি ফুলৰে ভৰা বাগিচা বা-অন্য ফুল দেখা পায়,তেন্তে ইয়াৰ অৰ্থ এয়া যে-আপোনাৰ মন প্ৰসন্নতাৰে ভৰি থাকিব আৰু আপুনি শুভ বাতৰি শুনিবলৈ পাব।


খৰিকাজাই-

সপোনত খৰিকাজাই ফুল দেখাৰ অৰ্থ এয়া যে-আগামী সময়ত আপুনি অতিথি ৰূপত বা চাকৰিৰ ক্ষেত্ৰত মান সন্মান প্ৰাপ্ত হব।অথবা কোনো শুভ সংকেত প্ৰাপ্ত হব।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। Assamese Fact )

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages