পিয়াঁজ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

পিয়াঁজ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব পাৰি : Assamese Fact

Assamese Fact


পিয়াঁজ অবিহনে খাদ্যৰ সোৱাদ অসম্পূৰ্ণ বুলি কোৱা হয়।সেয়ে-ভাৰতীয় লোকসকলৰ প্ৰতিখন ঘৰতে সৰু-ডাঙৰ যিকোনো ব্যঞ্জনতে পিয়াঁজ ব্যৱহাৰ কৰা দেখা যায়।অৱশ্যে এইবোৰৰ বাহিৰেও ঘৰৰ বহুতো কামত পিয়াঁজ ব্যৱহাৰ কৰিব পাৰি।পিয়াঁজৰ সহায়ত পাকঘৰ-বাথৰূম আৰু বাগিচাৰ মৌলিক সমস্যাবোৰ সমাধান কৰিব পাৰি।লগতে পিয়াঁজে বহু ৰোগ নিৰাময় ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।( Assamese Fact )


*পিয়াঁজৰ উপকাৰিতাসমূহৰ বিষয়ে-


*পিয়াঁজে-উদ্ভিদক পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে-


গছ-গছনিত হোৱা পোক-পৰুৱাৰ নাশত পিয়াঁজ অতি ফলপ্ৰসূ।সেয়হে-গছ-গছনিৰ পৰা পোক-পৰুৱা নাইকিয়া কৰিবলৈ-১টা পিয়াঁজ কাটি ১চামুচ বেকিং ছ'ডা আৰু পানীৰে পিহি এটা স্প্ৰে তৈয়াৰ কৰি লওঁক আৰু গছ-গছনিত স্প্ৰে কৰক।দেখিব এনে কৰাৰ ফলত গছ-গছনিত থকা পোক-পৰুৱাবোৰ নোহোৱা হৈ পৰিছে।


*চৰ্দি ৰোধ কৰাত পিয়াঁজ সহায়ক-( Assamese Fact )



পিয়াঁজৰ সোৱাদ গৰম বাবে-চৰ্দি আৰু জ্বৰৰ পৰা সহজে উপশম দিব পাৰে।ইয়াৰ উপৰিও পিয়াঁজে আপোনাক যিকোনো ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰি শৰীৰক ৰোগ-প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰে।


*পিয়াঁজে বাথৰূমৰ কীট-পতংগ নাইকিয়া কৰে-


পিয়াঁজৰ এনে বহুবোৰ গুণ আছে-যিবোৰ আমি বহুতেই নাজানো।যদি আপুনি বাথৰূমৰ ড্ৰেইনৰ পৰা অহা পোক পৰুৱা আৰু মাখিৰ বাবে চিন্তিত!তেন্তে পিয়াঁজে আপোনাক সেইবোৰৰ পৰা মুক্তি পোৱাত সহায় কৰিব।ইয়াৰ বাবে মাত্ৰ-১টা পিয়াঁজ-৩/৪টুকুৰা কৰি ড্ৰেইনৰ চাৰিওফালে পেলাই দিয়ক।পিয়াঁজৰ গোন্ধত পোকবোৰ নলাৰ পৰা লাহে-লাহে নোহোৱা হৈ পৰিব।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages