শনিবাৰৰ দিনা ভুলটো খাব নালাগে-এইসমূহ বস্তু।নহলে শনিদেৱৰ প্ৰকোপ সহিব লগীয়া হয়! ( Assamese Fact )
শনিদেৱৰ বক্ৰ দৃষ্টি-যাৰ ওপৰত পৰে-সেইজনৰ জীৱন ধ্বংস হৈ যায়।শনিদেৱৰ অশুভ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ শনিবাৰৰ দিনা এইসমূহ বস্তু সেৱন কৰিব নালাগে।
শনিদেৱক ন্যায়ৰ দেৱতা কোৱা হয়।কিন্তু নৱগ্ৰহৰ ভিতৰত শনিদেৱক সকলোতকৈ ক্ৰ গ্ৰহ বুলিও কোৱা হয়।শনিবাৰৰ দিনটো শনিদেৱক সমৰ্পিত।যি লোকৰ ওপৰত শনিদেৱৰ কৃপা থাকে-সেইজনৰ ৰাজসুখ প্ৰাপ্ত হয়।শনিদেৱৰ বক্ৰ দৃষ্টি যাৰ ওপৰত পৰে-সেইজনৰ জীৱন ধ্বংস হৈ যায়।জীৱনত বহু ধৰণৰ সমস্যা আহিবলৈ ধৰে।
জ্যোতিষ শাস্ত্ৰ অনুসাৰে-শনিবাৰৰ দিনা এইসমূহ বস্তু সেৱন কৰিব নালাগে।বিশেষকৰি যি লোকৰ ওপৰত শনিদেৱৰ ক্ৰ প্ৰভাৱ আৰু সাৰেচাতি চলি আছে-তেওঁলোকে শনিবাৰৰ দিনা কিছু বস্তু খোৱাটো ত্যাগ কৰিব লাগে।
শনিবাৰৰ দিনা কি খাব নালাগে-
মচুৰ দালি-
শাস্ত্ৰ অনুসাৰে-মচুৰ দালি ৰঙা ৰংৰ পৰ্দাথ হয়।মচুৰ দালি মংগল গ্ৰহৰ লগত সম্বন্ধ থাকে।মংগল আৰু শনি-দুয়ো গ্ৰহৰ প্ৰভাৱ খঙাল হয়।কোৱা হয় যে-শনিবাৰে মচুৰ দালি খালে-ব্যক্তিৰ খং বৃদ্ধি হয়। ( Assamese Fact )
ৰঙা জলকীয়া-
কোৱা হয় শনিদেৱে শীতল পৰ্দাথ পচন্দ কৰে।শনিদেৱৰ অশুভ প্ৰভাৱৰ পৰা মুক্তি পাবলৈ-শনিবাৰৰ দিনা-ৰঙা জলকীয়া সেৱন কৰিব নালাগে।
গাখীৰ-
জ্যোতিষ শাস্ত্ৰ অনুসাৰে-গাখীৰৰ সম্বন্ধ শুক্ৰ গ্ৰহৰ লগত হয়।শুক্ৰ যোন ইচ্ছাৰ কাৰক গ্ৰহ হয়।আনফালে শনি অধ্যত্ম বৃদ্ধি কৰে।এনেতে শনিবাৰৰ দিনা গাখীৰ সেৱন কৰিলে-শনিদেৱৰ প্ৰকোপ সহিবলগীয়া হয়।
মাদক দ্ৰব্য-
শনিদেৱে আধ্যত্মিক ব্যৱহাৰ পচন্দ কৰে।সেইবাবে শনিবাৰৰ দিনা-মাদক দ্ৰব্য বা কোনো ধৰণৰ নীচা যুক্ত বস্তু সেৱন কৰিলে-জীৱন কষ্টকময় হয়।(সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment