গাজী মগুৰ ঔষধি গুণাগুণসমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 16, 2022

গাজী মগুৰ ঔষধি গুণাগুণসমূহ জানি লওক : Assamese Fact

Assamese Fact


মাহ জাতীয় উদ্ভিদ মগুমাহ আমাৰ শৰীৰৰ বাবে অতি পুষ্টিকৰ খাদ্য।এই মগু মাহ পানীত তিয়াই গাজ উলিয়াই খাব পাৰি।( Assamese Fact )

    

পুষ্টি বিশেষজ্ঞ সকলৰ মতে কেঁচা গাজী মগুত ভিটামিন-চি , ই , কে , আইৰণ , কেলছিয়াম , প্ৰটিন , মেগনেছিয়াম , জিংক , পটাছিয়াম ফাইবাৰ  আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় । 


গাজী মগুৰ এণ্টি -বেক্টেৰিয়েল গুণ থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।


 প্ৰচুৰ পৰিমাণে আঁহ থকাৰ কাৰণে গাজী মগু খালে খাদ্য নলী পৰিষ্কাৰ হয়।শৌচ খোলোচা হয় ।


গাজী মগু সহজে হজম হয় । ই পাচতন্ত্ৰৰ হজম ক্ষমতা বঢ়ায়।


 পুৱা খালি পেটত গাজী মগু খালে কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ হয় । 


নিয়মিয়াকৈ গাজী মগু খালে ৰক্তহীনতাৰ সমস্যা দূৰ হয় ।


গাজী মগু খাই থাকিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।


 গাজী মগু নিয়মিয়াকৈ খালে চুলি গুৰি মজবুত হয় । চুলি সৰা বন্ধ হয় ।


নিয়মিয়াকৈ গাজী মগু খালে শৰীৰৰ ছাল নিমজ হয় ।ছালৰ ৰোগ প্ৰতিৰোধ কৰে ।( Assamese Fact )


গাজী মগু ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।


গাজী মগু খালে নখ মজবুত হয় , নখৰ উজ্বলতা বাঢ়ে ।


নিতৌ গাজী মগু খালে মানসিক হতাশা দূৰ হয় , মনলৈ সজীৱতা আনে ।


নিয়মিয়াকৈ গাজী মগু খালে বয়সীয়াল লোক সকলৰ ভিটামিন-ই ৰ অভাৱত হোৱা স্নায়ুবিক আৰু মাংসপেশীৰ বিষ নোহোৱা হয় ।

    প্ৰতি দিনে ৫০ গ্ৰাম মান গাজী মগু খালে এজন ব্যক্তি নিৰোগী হোৱাৰ লগতে বয়সৰ চাপৰ পৰাও ৰক্ষা পৰে ।

   (সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages