বদহজম হোৱাৰ কেইটামান কাৰণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 21, 2022

বদহজম হোৱাৰ কেইটামান কাৰণ : Assamese Fact

Assamese Fact


বদহজম হোৱাৰ কেইটামান কাৰণ! এই ঘৰুৱা উপায়েৰে-বদহজম দূৰ কৰক। ( Assamese Fact )


*অতিমাত্ৰা খাদ্য খালে-প্ৰায়ে বদহজম হয়।আকৌ-vapsa,য়েও পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।উৎসৱ-পাৰ্ৱণৰ সময়ত গধূৰ তেল-মছলাযুক্ত খাদ্য খালে-পেটৰ বিষ, পেট-ফুলা,ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি হব পাৰে।ইয়াৰ অধিকাংশ পাচনতন্ত্ৰ বিঘিনিৰ বাবেই হয়।


*ডাঃ হাৰ্বেল গৱেষকৰ তথ্য অনুসৰি-


১/খোৱাৰ সময়ত খৰখেদা নকৰিব।সময় উলিয়াই লাহে-লাহে খাদ্য চোবাই শেষ কৰক।খৰখেদাকৈ খালে-খাদ্য সঠিকভাৱে হজম নহয়।তাৰ বাহিৰেও-কিছু পৰিমাণে বায়ু পেটত প্ৰৱেশ কৰে।


*খাদ্যৰ সময়ত আৰু খাদ্যৰ মাজত-অধিক পানী খালে-পেটৰ এচিড দুৰ্বল হৈ পৰে আৰু খাদ্য সঠিকভাৱে ভাঙি পেলাব নোঁৱাৰে।গতিকে-খাদ্য খোৱাৰ কমেও-৩০মিনিট আগে-১গিলাচ পানী খাব লাগে।খোৱাৰ সময়ত পানী খাব নালাগে।খোৱাৰ পাছত অলপ পানী খাব লাগে।


*ধূমপান-চুইংগাম আৰু ষ্ট্ৰৰেজুচ আদি খোৱাৰ ফলত গেছৰ প্ৰৱণতা বৃদ্ধি হয়।গতিকে-এনেবোৰ খোৱাটো পৰিহাৰ কৰক।( Assamese Fact )


*কোষ্ঠকাঠিন্য হলে-পেট ফুলে।গতিকে কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰিবলৈ-আঁহযুক্ত খাদ্য খাব লাগে।পৰ্যাপ্ত পৰিমাণে-পানী খাব লাগে।


*বিভিন্ন ধৰণৰ খাদ্য হজম কৰাত-সকলোৰে অসুবিধা হয়।যিসকলৰ-লেক্টজ অসহিষ্ণুতা আছে-তেওঁলোকে গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী খাব নোঁৱাৰে।চেনিযুক্ত খাদ্য যেনে-ফলৰ ৰস-চকলেট আদি।বহুতৰে সমস্যা হয়।কিছুমানৰ ৰুটি,বাৰ্লি বা দালিৰেও সমস্যা হয়।সেয়ে-বদহজম ৰোগীয়ে-গাখীৰ বা মিঠাই  খাব নালাগে।


*কৃত্ৰিম চেনি,অতিৰিক্ত তেল-চৰ্বিযুক্ত খাদ্যও-পেটত গেছৰ সমস্যা সৃষ্টি কৰে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages