কেইটামান নিয়ম মানি চলি-কল পকাৰ সময় বঢ়াব পাৰি : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 29, 2022

কেইটামান নিয়ম মানি চলি-কল পকাৰ সময় বঢ়াব পাৰি : Assamese Fact

Assamese Fact


ঘৰত ৰখা কল-ক'লা হোৱাৰ পৰা কিদৰে প্ৰতিৰোধ কৰিব!( Assamese Fact )


*কল এবিধ অতি পুষ্টিকৰ ফল।বহুতে নিয়মিতভাৱে-জলপানৰ বাবে কল খায়।কিন্তু এই কল-ঘৰত বেছিদিন ৰাখিব নোঁৱাৰে।কাৰণ-কল ক'লা হৈ পৰে।কেইটামান নিয়ম মানি চলি-কল পকাৰ সময় বঢ়াব পাৰি।


১/কম পকা কল কিনিব-

কম পকা কল কিনিব।অৰ্থাৎ সেউজীয়া দেখিলে কল কিনিব লাগে।বহুতদিনলৈ থৈ দিব পাৰে।


২/পৃথককৈ ৰাখক-

কল কিবা বেলেগ সামগ্ৰীৰ লগত লাগি থাকিলে সোনকালে পকি যায়।এই সমস্যা কম কৰিবলৈ-কল ওলোমাই ৰাখিব লাগে।তেতিয়া কল আৰু বেছিদিন ভালে থাকে।


৩/ফ্ৰীজত ৰাখিব পাৰে-

কল পকিলে-ফ্ৰিজত ৰাখিব পাৰে।তেনে-ক্ষেত্ৰত কল ক'লা হোৱাৰ পৰা-ৰক্ষা পৰে।( Assamese Fact )


৪/আন ফলৰ লগত নাৰাখিব-

আন ফলৰ লগত-কল সোনকালে পকি যায়।গতিকে-আন ফলৰ লগত কল নাৰাখিব।


৫/কলৰ ঠাৰি ঢাকি ৰাখিব-

কল সতেজ কৰি ৰখাৰ বাবে-এইটোৱে আটাইতকৈ ফলপ্ৰসূ উপায়।কলৰ ঠাৰি ঢাকি ৰাখিব।এলুমিনিয়াম ফয়েল বা প্লাষ্টিকেৰে ঢাকিলে কল বেছিদিন ভালে থাকে।


৬/মুকলি ঠাইত ৰাখিব-

কল বেগ বা পাত্ৰত ৰাখিব নালাগে।বৰঞ্চ কলক মুকলিকে ৰাখিব লাগে।বতাহ পালে-কল কেইবাদিনো সতেজ হৈ থাকে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages