কণী বইল কৰা পানীৰ উপকাৰিতাৰ বিষয়ে জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

কণী বইল কৰা পানীৰ উপকাৰিতাৰ বিষয়ে জানি লওক : Assamese Fact

Assamese Fact


কণী উতলাই পানীখিনি পেলাই দিয়ে নি!এই পানী বহু উপযোগী- ( Assamese Fact )


*আমি সকলোৱে জানো-যে-আমাৰ স্বাস্থ্যৰ বাবে-কণী অতি গুৰুত্বপূৰ্ণ।কিন্তু কণী-বইল কৰা পানীৰ উপকাৰিতাৰ বিষয়ে-আমি বহুতেই নাজানো।


*বেছিভাগ পৰিয়ালৰ মাছ বা মাংসৰ বিকল্প হিচাপে কণী পচন্দ কৰা হয়।কণীৰ সুৱাদ অতুলনীয় হোৱাৰ লগতে-পুষ্টিকৰ।


*পুষ্টিবিদসকলৰ মতে-এটা গোটা কণীৰ পুষ্টিৰ মূল্য কুকুৰাৰ মাংসৰ সমানেই।ইয়াত ভাল-কলেষ্টেৰল থাকে-যিয়ে-কোষৰ আৱৰণ-ইষ্ট্ৰজেন-কৰ্টিছল আৰু টেষ্টষ্টেৰন আদি-প্ৰয়োজনীয় হৰ'মন উৎপাদনত সহায় কৰে।কিন্তু কণী উতলোৱা পানীখিনিৰ উপকাৰিতাৰ বিষয়ে-আমি অৱগত।


*সেইবাবে-আমি কণী উতলাই পানীখিনি পেলাই দিওঁ। কণী উতলোৱা-পানী কিদৰে-উপকাৰ-


*পুষ্টিকৰ উপাদান কণীৰ খোলাত-কেলচিয়াম- পটাছিয়াম আৰু সামান্য পৰিমাণে- ফছফৰাছ-মেগনেছিয়াম আৰু ছডিয়াম থাকে।( Assamese Fact )


*এই অৱস্থাত-কণী উতলালে-এই উপাদানসমূহ পানীৰ লগত মিহলি যায়।এই সকলোবোৰ উপাদান-উদ্ভিদৰ বাব-অতি উপকাৰী।উদ্ভিদৰ কোষৰ বিকাশৰ বাবে-এই সকলোবোৰ মৌলৰ প্ৰয়োজন।


*উদ্ভিদৰ হাৰ হিচাপে-শেহতীয়াকৈ আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ে কৰা এক-অধ্যয়নত দেখা গৈছে-যে-যি পানীত কণী উতলোৱা হয়-তাত-কণীত থকা-কিছুমান পুষ্টিকৰ উপাদান থাকে।যি-হৈছে-যিকোনো-উদ্ভিদৰ বাবে-সাৰ হিচাপে-অতি উপযোগী।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages