ঘৰত শুক্ৰ গ্ৰহৰ কোনো বেয়া প্ৰভাৱ নপৰিবলৈ আৰু সুখ-সমৃদ্ধি বৃদ্ধি হবলৈ কৰক এই উপায় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 28, 2022

ঘৰত শুক্ৰ গ্ৰহৰ কোনো বেয়া প্ৰভাৱ নপৰিবলৈ আৰু সুখ-সমৃদ্ধি বৃদ্ধি হবলৈ কৰক এই উপায় : Assamese Fact

Assamese Fact

 

*মানি প্লান্টৰ ভাল কথাটো হল-ইয়াৰ বেছি যত্ন লব নালাগে।আৰু ইয়াৰ খেতি কৰাটো অতি সহজ।মানি প্লান্টৰ বহু উপকাৰিতা আছে।বাস্তু শাস্ত্ৰৰ মতে-মানি প্লান্ট থকা ঘৰত-পজিটিভ এৰ্নাজি সদায় থাকে।( Assamese Fact )


*বাস্তু শাস্ত্ৰৰ মতে-মানি প্লান্টৰ-বিষয়ে বহু প্ৰতিকাৰৰ কথা কোৱা হৈছে।মানি প্লান্ট ঘৰত ৰাখিলে ধন সম্পৰ্কীয় সমস্যাবোৰ আঁতৰি যায়-কাৰণ মানি প্লান্ট শুক্ৰ গ্ৰহৰ লগত জড়িত।


যি ঘৰত মানি প্লান্ট সঠিক দিশত স্থাপন কৰা হয়-সেই ঘৰত শুক্ৰ গ্ৰহৰ কোনো বেয়া প্ৰভাৱ নপৰে আৰু সুখ-সমৃদ্ধি বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।


মাণি প্লান্টত ৰঙা সূতাঁ বান্ধিলে হয়-জীৱনত উন্নতি।( Assamese Fact )


*বাস্তু শাস্ত্ৰৰ মতে-মানি প্লান্টত ৰঙা ৰংৰ সূঁতা বান্ধি দিয়াটো অতি শুভ।যদি-কোনোবাই টকাৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰে-আৰু জীৱনত উন্নতি কৰিব বিচাৰে-তেন্তে শুক্ৰবাৰে-মানি প্লান্টত ৰঙা সূঁতা বান্ধিলে সুফল পাব।


*মানি প্লান্টত ৰঙা সূঁতা বন্ধাৰ-কিছুমান নিয়ম মানি চলাটো প্ৰয়োজনীয়।শুক্ৰবাৰে পুৱা স্নান কৰাৰ পাছত-লক্ষ্মী দেৱীক পূজা কৰি-ধূপ-দীপ জ্বলোৱা উচিত।মানি প্লান্টত বান্ধিবলৈ-বিচৰা ৰঙা ৰংৰ সূঁতা প্ৰথমে-দেৱী লক্ষ্মীৰ চৰণত অৰ্পণ কৰিব লাগে।


তাৰ পাছত দেৱী লক্ষ্মীৰ আৰতি কৰি-ৰঙা সূঁতাত কুমকুম লগাওঁক।এতিয়া এই ৰঙা সূঁতা মানি প্লান্টৰ গুৰিৰ চাৰিওফালে দিয়ক।এই প্ৰতিকাৰৰ কিছুদিনৰ পাছতে-ইয়াৰ সুফল পাব।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages