হঠাৎ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 23, 2022

হঠাৎ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ : Assamese Fact

Assamese Fact


হঠাৎ মূৰ-ঘুৰাই ধলি পৰাৰ-৪টা আটাইতকৈ ডাঙৰ কাৰণ জানো আহক ।( Assamese Fact )-


১/নিম্ন ৰক্তচাপ-

*মূৰ ঘুৰাই ধলি পৰাৰ মূখ্য কাৰণ হৈছে-নিম্ন ৰক্তচাপ।এইটো বিশেষকৰি সেই লোকসকলৰ বেছি হয়-যি-সকলৰ বয়স-৬৫ বছৰতকৈ অধিক হয়।


২/ডিহাইড্ৰেচন-

*যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়-তেতিয়া পানীৰ পৰিমাণ হ্ৰাস হয় আৰু ৰক্তচাপ হ্ৰাস হোৱাৰ ফলত মূৰ ঘুৰাই ধলি পৰাৰ আশংকা বৃদ্ধি হয়।( Assamese Fact )


৩/মধুমেহ-

*সাধাৰণতে মধুমেহ ৰোগীসকলৰ ক্ষেত্ৰত-হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ সম্ভাৱনা অধিক হয়।কিয়নো যদি-মধুমেহ ৰোগীয়ে অধিক প্ৰস্ৰাৱ কৰি থকাত শৰীৰত ডিহাইড্ৰেচন আশংকা অধিক হয়।


৪/হৃদৰোগ-

হৃদৰোগক মূৰ ঘুৰাই ধলি পৰাৰ এক গুৰুত্বপূৰ্ণ কাৰণ বুলিও গণ্য কৰা হয়।কিয়নো-যেতিয়া এনে হয়-মগজুলৈ তেজৰ যোগান প্ৰভাৱিত এই হয়।এই ধৰণৰ মূৰ ঘুৰাই ধলি পৰাক-চিকিৎসকৰ ভাষাত কাৰ্ডিয়াক চিনকোপ বুলি কোৱা হয়।( সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages