বাস্তু শাস্ত্ৰৰ মতে পাকঘৰত কেতিয়াও এই সমূহ বস্তু শেষ হবলৈ দিব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

বাস্তু শাস্ত্ৰৰ মতে পাকঘৰত কেতিয়াও এই সমূহ বস্তু শেষ হবলৈ দিব নালাগে : Assamese Fact

Assamese Fact


পাকঘৰত কেতিয়াও শেষ হবলৈ নিদিব-এই ৫বিধ সামগ্ৰী । ( Assamese Fact )


১)বাস্তু শাস্ত্ৰৰ মতে-নিমখ এবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী।নিমখ শেষ হোৱাৰ আগে কিনি আনিব লাগে।লোকবিশ্বাস অনুসৰি ঘৰত বাৰে-বাৰে নিমখ বেয়া হোৱাটো অতি বেয়া লক্ষণ।ই ঘৰৰ মহিলাসকলৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।


২/বাস্তু শাস্ত্ৰ অনুসৰি আন এবিধ বস্তু হল-আটা।পাকঘৰত আটা শেষ হলে অশুভ বুলি গণ্য কৰা হয়।ঘৰত আটা শেষ হোৱাৰ আগে আনি ৰাখক।নহলে হানি হব পাৰে-মান সন্মান।


৩/হিন্দু ধৰ্মত চাউলক অতি শুভ বুলি গণ্য কৰা হয়।পূজা-পাঠৰ লগতে প্ৰায় ধৰ্মীয় কাম-কাজত চাউল ব্যৱহাৰ কৰা হয়।বাস্তু শাস্ত্ৰ অনুসৰি ঘৰত চাউল কম থকা বা ভাত বেছি হোৱাটো অশুভ লক্ষণ।( Assamese Fact )


৪/লগতে আন এবিধ সামগ্ৰী পাকঘৰত কেতিয়াও শেষ হবলৈ নিদিব।সেইবিধ হৈছে-সৰিয়হৰ তেল।সকলো সময়তে পাকঘৰত তেল থকাটো অতিকে প্ৰয়োজন।শনিবাৰে সৰিয়হৰ তেল দান কৰিলে খুব ভাল ফল পোৱা যায় আৰু গৃহস্হৰ মংগল হয়।


৫/হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী।হালধি বহু গুণৰ লগতে শুভ লক্ষণো আছে।শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণুৰ হালধীয়া ৰং অতি প্ৰিয়।সেয়ে হালধি শেষ হোৱাৰ আগে আনি ৰাখিব লাগে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages