ধন-লাভ, সংকটৰপৰা মুক্তি আৰু ভাগ্যক শক্তিশালী কৰিবলৈ লংৰ ব্যৱহাৰ উপযোগী মনা হয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, November 16, 2022

ধন-লাভ, সংকটৰপৰা মুক্তি আৰু ভাগ্যক শক্তিশালী কৰিবলৈ লংৰ ব্যৱহাৰ উপযোগী মনা হয় : Assamese Fact

Assamese Fact


গ্ৰহ নক্ষত্ৰৰ দশা আৰু দিশাৰ প্ৰভাৱ ব্যক্তিৰ ওপৰত পৰে।জ্যোতিষ শাস্ত্ৰ এনে বহু উপায়ৰ কথা কোৱা হৈছে-যাৰ ব্যৱহাৰৰ দ্বাৰা গ্ৰহক শান্ত কৰিব পৰা যায়।( Assamese Fact )


সৰু লং কেৱল শৰীৰৰ বাবে লাভজনক নহয়,ইয়াৰ লগত জড়িত জ্যোতিষ উপায়ো বিশেষ লাভ দিয়ে।ধন-লাভ, সংকটৰপৰা মুক্তি আৰু ভাগ্যক শক্তিশালী কৰিবলৈ-লংৰ ব্যৱহাৰ উপযোগী মনা হয়।


*লংৰ দ্ধাৰা

ৰাহু-কেতুৰ বেয়া প্ৰভাৱ দূৰ কৰিব পৰা যায়।কুণ্ডুলীত ৰাহু-কেতুৰ দোষ থাকিলে-'প্ৰতি শনিবাৰে লং দান কৰিব লাগে।ইয়াৰ বাহিৰেও শিৱলিংগ লং অৰ্পণ কৰিব পাৰে।৪০দিনলৈ এনে কৰিলে সকলো বেয়া প্ৰভাৱ শেষ হয় আৰু ঘৰলৈ সুখ-সমৃদ্ধি আহে।


*কোনো বিশেষ কামত ঘৰৰ পৰা বাহিৰলৈ গৈছে যদি-ঘৰৰ পৰা ওলোৱা সময়ত-মুখত দুটা লং লৈ ওলাব লাগে।আৰু কাৰ্য্যস্থলত লংৰ কিছু অংশ মুখৰ পৰা পেলাই দিব লাগে।নিজৰ ইষ্টদেৱক ধ্যান কৰি সেই কাৰ্য্যৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিব লাগে।এনে কৰিলে-সেই কাৰ্য্যত সফলতা প্ৰাপ্ত হয়।( Assamese Fact )


*বহু কষ্ট কৰাৰ পাছতো সফলতা প্ৰাপ্ত হোৱা নাই বা আপোনাৰ কোনো কাম পূৰ্ণ হোৱা নাই,তেতিয়া মংগলবাৰৰ দিনা বীৰ হনুমানৰ মূৰ্তিৰ সন্মুখত চমেলী তেলৰ বন্তি জ্বলাব লাগে।সেই বন্তিত দুটা লং দিব লাগে।আৰু ইয়াৰ পাছত হনুমান চালীশা পাঠ কৰিব লাগে আৰু বীৰ হনুমানৰ আৰতি কৰিব লাগে।এনে প্ৰায়ে ২১টি মংগলবাৰ কৰিলে-কষ্টৰ ফল প্ৰাপ্ত হয়।


*ঘৰত আৰ্থিক সমস্যা হলে-মাতা লক্ষ্মীক গোলাপ ফুলৰ লগত দুটা লং পূজাত ব্যৱহাৰ কৰিব লাগে।ইয়াৰ বাহিৰে এখন ৰঙা কাপোৰত-৫টা লং আৰু ৫টা কড়ি বান্ধি আলমাৰিত ৰাখিব লাগে।এনে কৰিলে মা লক্ষ্মীৰ কৃপা হয় আৰু ঘৰলৈ ধনৰ আগমন হয়।।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages