আৰ্থিক সমস্যাক দূৰ কৰিবলৈ এই উপায় সমূহ কৰক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

আৰ্থিক সমস্যাক দূৰ কৰিবলৈ এই উপায় সমূহ কৰক : Assamese Fact

Assamese Fact


*প্ৰতিজন ব্যক্তিয়ে বহু কষ্ট কৰি নিজৰ আৰু নিজৰ আপোনজনৰ সপোনক পূৰ্ণ কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰে।ইয়াৰ বাবে-তেওঁলোকে প্ৰয়াস কৰে যে-সৰ্বাধিক ধন ঘটিবলৈ।বহুজনে বহু ধন ঘটে-কিন্তু ধন তেওঁলোকৰ ওচৰত স্থিৰভাৱে নাথাকে।মাহৰ শেষলৈকে-সকলো খালী হয় যায়। ( Assamese Fact )


*বাস্তু টিপচ-

নিজৰ জীৱন সুখময় কৰিবলৈ-লোকসকলে সকলো সম্ভৱ প্ৰয়াস কৰে।কিন্তু বহু কষ্ট কৰাৰ পাচতো-কিছু লোকে নিজৰ কষ্টৰে অনুৰূপ ধন ঘটিব নোঁৱাৰে বা ঘটি অনা ধন তেওঁলোকৰ হাতত ৰৈ নাথাকে।এনেতে সেইসকল লোকে আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়।বাস্তু শাস্ত্ৰত এনে সমস্যাৰ বহু উপায়ৰ কথা কোৱা হৈছে।এই উপায় একেবাৰে সৰল হয়,যি ব্যক্তিৰ জীৱনত জড়িত সকলো প্ৰকাৰৰে সমস্যাক সমাধান কৰিব পাৰে।


*আৰ্থিক সমস্যাক দূৰ কৰিবলে-এই উপায় সমূহ কৰিব লাগে-


*ঘৰত কাঁইট উদ্ভিদ লগাব নালাগে- 


*বাস্তু শাস্ত্ৰত কোৱা হৈছে যে-কোনো ব্যক্তিয়ে নিজৰ ঘৰত বা ঘৰৰ ভিতৰত কাঁইত জাতীয় বা গাখীৰ ওলোৱা উদ্ভিদ লগাব নালাগে।যদি ঘৰত নিজে-নিজে,বিষ জাতীয় উদ্ভিদ ওলাই,তেন্তে সেই উদ্ভিদক তৎক্ষণাত উভালি পেলাব লাগে।এনে মনা হয় যে-কাঁইট।জাতীয় উদ্ভিদ বা গাখীৰ ওলোৱা উদ্ভিদ ঘৰত ৰূপন কৰিলে-ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ ক্ষতি হয় আৰু এয়া ঘৰৰ আৰ্থিক হানিৰ কাৰণ হয়। ( Assamese Fact )


*বাথৰূম আৰু টয়লেটক-ৰাখিব লাগে-চাফ- চিকূণ কৰি-


*বাস্তু শাস্ত্ৰ অনুসাৰে-ঘৰখনত সকলোতকে বেছি-নকাৰত্মক ওৰ্জা ঘৰৰ বাথৰূমৰ পৰাই আহে।এনে সময়ত বাস্তু শাস্ত্ৰই  উপায় দিয়ে যে-বাথৰূম ঘৰৰ শয়নকক্ষত থাকিব নালাগে।যদি আপোনাৰ বাথৰূম শয়নকক্ষত আছে-তেন্তে বাস্তু শাস্ত্ৰই কয় যে-নিজৰ ঘৰৰ বাথৰূমক সদায়ে স্বচ্ছ কৰি ৰাখিব।


*নিমখৰ দ্বাৰা কৰিব লাগে উপায়-


*যদি বহু পৰিশ্ৰম কৰাৰ পাছটো আপোনাৰ সমস্যা শেষ হোৱা নাই-তেতিয়া আপুনি ঘৰৰ উত্তৰ-পূৰ্ৱ দিশত-চিচাৰ বাচনত নিমখ ৰাখিব লাগে।আৰু কিছু সময়ৰ পাছত সলাই থাকিব লাগে।


*ঈশান কোণক ৰাখিব লাগে-চাফ চিকূণ কৰি-


*বাস্তু শাস্ত্ৰত কোৱা হৈছে যে-ঘৰৰ ঈশান কোণ বহুতে পবিত্ৰ হয়।সেইবাবে কোৱা হয় যে-ঘৰৰ গোসাঁই ঘৰৰ নিৰ্মাণ ঈশান কোণতে কৰিব লাগে।ইয়াৰ বাহিৰেও ঘৰৰ ঈশান কোণত ঘৰৰ মন্দিৰ নাথাকিলে-সেই দিশ সদায়ে চাফ-চিকূণ-স্বচ্ছ কৰি ৰাখিব লাগে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages