জলফাই অতি পুষ্টিগুণ সমৃদ্ধ শীতকালীন ফল.. এই উদ্ভিদ জোপাই আমাৰ দেহৰ ৰোগ নাশ কৰাৰ লগতে-সৌন্দৰ্য বৃদ্ধিটো সহায় কৰে..। ( Assamese Fact )
জলফাইৰ পৰা প্ৰস্তুত কৰা তেল-আমাৰ শৰীৰৰ কাৰণে অতি উপকাৰী...
#জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-এ.বি.চি.কে-আইৰণ-কেলছিয়াম-পটাছিয়াম বিটা- কেৰাটিন_মেগনেছিয়াম-ফাইবাৰ-ফছফৰাছ আদি উপাদান পোৱা যায়..।।
১/জলফাইত প্ৰাকৃতিক এন্টি-ফাংগল-এন্টি বেক্টেৰিয়েল আৰু-এন্টি ভাইৰেল গুণ থকাৰ বাবে-চৰ্দি-জ্বৰ-কাঁহ-আদি দূৰ কৰি-শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই..।
২/শীত কালত ছাল-নিমজ আৰু কোমল কৰি ৰাখিবলৈ-জলফাই তেল বা অলিভ অইল অতি উপকাৰী..
৩/জলফাই তেলত থকা ফাইবাৰ পাচন পক্ৰিয়া সঠিক ভাৱে ৰাখে... সজম শক্তি বঢ়াই.. গেছ-কোষ্ঠকাঠিন্যতা দূৰ কৰে... ( Assamese Fact )
৪/আইৰণৰ ভাল উৎস জলফাই.. তেজত লোহিত কণিকা-অক্সিজেন পৰিবহণ কৰে.
৫/জলফাইয়ে এৰ্লাজি প্ৰতিৰোধত সহায় কৰে.. প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে-ছালৰ সংক্ৰমণ ঘা-ফোঁহা নিৰাময়ৰ সহায়ক..।
৬/জলফাইয়ে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে.. সেয়ে ডায়েবেটিছ ৰোগীৰ বাবে-বিশেষ ভাৱে উপকাৰী..।
৭/গৱেষণাৰপৰা পোৱা তথ্য মতে- জলফাই বা জলফাইৰ তেল-খাদ্যত ব্যৱহাৰ কৰিলে অপকাৰী কলেষ্টৰল কম কৰি-হৃদযন্ত্ৰ সুৰক্ষিত কৰে।।।। (কথাখিনি সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment