বাস্তু শাস্ত্ৰত এনে কিছু বস্তু আছে যাক পাকঘৰত ৰাখিব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

বাস্তু শাস্ত্ৰত এনে কিছু বস্তু আছে যাক পাকঘৰত ৰাখিব নালাগে : Assamese Fact

Assamese Fact


মান্যতা অনুসাৰে পাকঘৰত দেৱী লক্ষ্মী আৰু মা অন্নপূৰ্ণাৰ বাস হয়।আৰু এয়াও কোৱা হয় যে-পাকঘৰ সদায়ে চাফ-চিকুনাই ৰাখিব লাগে। ( Assamese Fact )


কিন্তু কিছুমান কথা নেদেখাৰ দৰে কৰিলে ঘৰত নকাৰত্মক ওৰ্জাৰ সঞ্চাৰ হয়।যাৰ প্ৰভাৱ ঘৰখনৰ সদ্যসকলৰ ওপৰত পৰে।বাস্তু শাস্ত্ৰ এনে কিছু বস্তু আছে-যাক পাকঘৰত ৰাখিব নালাগে।এনে ৰাখিলে সমস্যা বৃদ্ধি হয়।


ঘৰখন সুন্দৰ কৰি তুলিবলৈ বহু লোকে পাকঘৰত আইনা লগায়।কিন্তু বাস্তু শাস্ত্ৰ অনুসাৰে-পাকঘৰত আইনাৰ ব্যৱহাৰ কৰিব নালাগে।কাৰণ এইবাবেই যে-পাকঘৰত চৌখা অগ্নি দেৱৰ সুচক মনা হয়।যদি আইনাত অগ্নিৰ প্ৰতিবিম্ব দেখা যায়-তেতিয়া ঘৰখনলৈ অশুভ মনা হয়।ইয়াৰ বাবে ঘৰত নিজৰ মাজতে মতা মক্য আৰম্ভ হয়।ইয়াৰ লগতে ঘৰৰ আৰ্থিক স্থিতিও হানি হয়।


বহুবাৰ ৰুটি বনোৱা পাছত-মঠি ৰখা ফ্ৰিজত থৈ দিয়ে।আৰু পুৱা পুনৰ মঠি ৰখা আটাৰে ৰুটি বনায়।বাস্তু অনুসাৰে এয়া শুদ্ধ নহয়।পাকঘৰত মঠি ৰখা আটা ৰাখিলে শনি আৰু ৰাহুৰ নকাৰত্মক প্ৰভাৱ পৰে।এই কাৰণেই জীৱনত বহু প্ৰকাৰৰ সমস্যা হয়। ( Assamese Fact )



পাকঘৰত কাম কৰি থকা সময়ত দুখ পোৱা বা হাত জ্বলাটো সাধাৰণ কথা হয়।ইয়াৰ লগতে ঔষধ বা বেণ্ডেজৰ দৰে বস্তু পাকঘৰত বহুবাৰ ভুলতে ৰখা হয়।বা এইবাবেই ৰখা হয়-প্ৰয়োজন হলে তৎক্ষণাত পাবলৈ।কিন্তু এয়া বহুত ভুল হয়।কেতিয়াও পাকঘৰত কোনো ধৰণৰ ঔষধ ৰাখিব নালাগে।ইয়াৰ দ্ধাৰা নকাৰত্মক প্ৰভাৱ শৰীৰত পৰে।লগতে অনাৱশ্যকীয় খৰচো বৃদ্ধি হয়।


ভঙা-চিঙা বাচন বৰ্তন-

পাকঘৰত বহু ধৰণৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা হয়।কিছু বাচন বহুবাৰ ব্যৱহাৰ কৰাৰ পাছত ভাঙি যায়।কিন্তু আমি ভঙা বাচনকো ব্যৱহাৰ কৰি থকা হয়।বাস্তু অনুসাৰে এনে কৰাটো শুভ নহয়।পাকঘৰত কেতিয়াও ভঙা-চিঙা বাচন বৰ্তন ব্যৱহাৰ কৰিব নালাগে।এনে কৰিলে পৰিয়ালৰ লোকসকলৰ মাজত মতভেদ বৃদ্ধি হয়।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages