পনিৰৰ স্বাস্থ্য উপকাৰিতাসমূহ জানি লওক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, November 14, 2022

পনিৰৰ স্বাস্থ্য উপকাৰিতাসমূহ জানি লওক : Assamese Fact

Assamese Fact


নিৰামিষভোজীৰ খাদ্য হিচাপে পনিৰৰ পৰিচয়।সপ্তাহৰ নিৰামিষৰ দিনটোতেই খাদ্য হিচাপে গুৰুত্ব পায়।কিন্তু পনিৰৰ স্বাস্থ্য উপকাৰিতাৰ কথা বহুতেই নাজানে।( Assamese Fact )


পনিৰৰ গুণসমূহ-


পনিৰত অধিক পৰিমাণে প্ৰটিন থাকে।কম কেলৰি থাকে।গতিকে যিসকলে ওজন কমাবলৈ পৰিকল্পনা কৰিছে বা ডায়েট কৰি আছে-তেওঁলোকৰ বাবে পনিৰ উপযুক্ত খাদ্য।গতিক ওজন কমাবলে বিচাৰিলে-পনিৰ খাব লাগে।


খেলুৱৈ আৰু ফিটনেছ অনুৰাগীসকলে পনিৰ ভালপায়।পনিৰৰ প্ৰটিন গুণগত মানে পেশী গঠনত সহায় কৰে।পেশীৰ স্বাস্থ্য বজায় ৰখাত পনিৰত থকা কেচিন অতি ফলপ্ৰসূ।( Assamese Fact )


পনিৰত থকা খনিজ পৰ্দাথই শৰীৰত থকা এন্টি-অক্সিডেন্ট বৃদ্ধি কৰাত সহায় কৰে।


কেলচিয়াম,প্ৰটিন আৰু ফছফৰাছৰ উপস্থিতিৰ বাবে পনিৰে শৰীৰত হাড়ৰ সু-স্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে।


ইনচুলিন প্ৰতিৰোধ ক্ষমতাই টাইপ ২ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।পনিৰত থকা কেলচিয়ামে এই সমস্যা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages