ওজন হ্ৰাস কৰিবলৈ-খাব লগা চালাডসমূহ : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, November 19, 2022

ওজন হ্ৰাস কৰিবলৈ-খাব লগা চালাডসমূহ : Assamese Beauty Tips

Assamese Beauty Tips


শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ-আহাৰত অন্তৰ্ভূক্ত কৰিব লগা-চালাড কেইবিধ- ( Assamese Beauty Tips )


*বহুলোকে ওজন হ্ৰাস কৰিবলৈ বিভিন্ন খাদ্য খোৱাৰ ৰুটিন অনুসৰণ কৰে।বহুসময়ত ৰুটিনৰ অনুসৰি আহাৰ খোৱাৰ ফলত শৰীৰত অত্যাৱশকীয় পুষ্টি হ্ৰাস পায়।ইয়াৰ ফলত মানুহৰ দ্ৰুতগতিত ওজন হ্ৰাস হয়।কিন্তু পুষ্টিৰ অভাৱৰ বাবে-অলপ সময়ৰ পাছত মানুহজন দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিবলৈ ধৰে।


*কিন্তু মানুহে স্বাস্থ্যকৰ উপায়েৰে-ওজন হ্ৰাস কৰিব বিচাৰে-তেন্তে-আহাৰত সকলো ধৰণৰ পুষ্টি অন্তৰ্ভূক্ত কৰা উচিত।ইয়াৰ ফলত-ওজন হ্ৰাস হোৱাৰ লগতে-ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হৈ থাকিব আৰু ভিতৰৰ পৰা স্বাস্থ্যৱান অনুভৱ কৰিব।এনে পৰিস্থিতিত ওজন হ্ৰাস কৰিবলৈ প্ৰটিন সমৃদ্ধ চালাড গ্ৰহণ কৰিব পাৰে।


*ওজন হ্ৰাস কৰিবলৈ-খাব লগা চালাড সমূহ-


*বুট-পালেং শাক-পিয়াঁজ-আদিৰ সংমিশ্ৰিত চালাড-


*বুট আৰু পালেং শাকৰ চালাডে মানুহক প্ৰচুৰ পৰিমাণে প্ৰটিন যোগান ধৰে।কেঁচা বুটত-প্ৰটিন-কেলছিয়াম, মেগনেছিয়াম,আইৰণ, জিংক,ভিটামিন-এ-ইত্যাদি থাকে।আনহাতে-পালেং শাকত আইৰণ আৰু অন্যান্য-পুষ্টি পোৱা যায়,যাতে-শৰীৰৰ ৰক্তহীনতাৰ দৰে সমস্যা নহয়।একে সময়তে-ই ওজন হ্ৰাস কৰাৰ লগতে-ই সামগ্ৰীক স্বাস্থ্যৰ বাবে-অতি উপকাৰী। ( Assamese Beauty Tips )


*ইয়াৰ বাবে-প্ৰথমে বুটখিনি-উতলাই এটা বাটিত লব।তাৰ পাচত-ইয়াত পদিনা-মচলা যেনে-জালুকৰ গুড়ি,কেঁচা পিয়াঁজ,বিলাহী আৰু নেমুৰ ৰস যোগ দি লব।তাৰ পাছত পালেং শাকৰ পাতকেইটা উতলাই-সকলোবোৰ এটা পাত্ৰত ভালদৰে মিহলি কৰিব আৰু তাৰ পাছত তৃপ্তিৰে গ্ৰহণ কৰক।এনে কৰিলে-শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে।


*কাবেলী বুটৰ চালাড-


*বুট খায় বহুলোকে ভালপায়।বুটক আঞ্জাটো ব্যৱহাৰ কৰা হয়।ওজন হ্ৰাস কৰাৰ বাবে-কাবেলী বুটৰ এইবিধ খাব পাৰে।বুটত প্ৰচুৰ পৰিমাণে-আঁহজাতীয় উপাদান পোৱা যায়।বুটক-হাড় আৰু পাচন তন্ত্ৰৰ বাবে-অতি উপকাৰী বুলি গণ্য কৰা হয়।


*এই চালাড প্ৰস্তুত-কৰিবলৈ-প্ৰথমে-

কাবেলী বুট সিদ্ধ কৰি লব লাগে।তাৰ পাছত-নিজৰ ইচ্ছা অনুযায়ী-মিহিকে-কটা পিয়াঁজ বিলাহী,ধনিয়া-কেঁচা জলকীয়া আৰু চাট মচলা যোগ দিয়ক।এই চালাড পুৱা আৰু সন্ধিয়া গ্ৰহণ কৰিব পাৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages