শীতকালত ছালৰ কি দৰে যত্ন লব জানি লওক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, November 18, 2022

শীতকালত ছালৰ কি দৰে যত্ন লব জানি লওক : Assamese Beauty Tips

Assamese Beauty Tips


*শীতকালত এটা ডাঙৰ সমস্যা হৈছে-আমাৰ ছালৰ সমস্যা। কাৰণ-ঠাণ্ডা অহাৰ লগে-লগে-আমাৰ ছালখন অতি শুকান আৰু খহটা হৈ পৰে। ( Assamese Beauty Tips )


ফলত আমি শৰীৰৰ যথেষ্ট যত্ন লব লগা হয়।যাতে-ছালৰ উজ্বলতা আৰু কোমলতা থাকে।আমি কিচুমান ঘৰুৱা উপায়ৰ দ্বাৰা-ছালখন উজ্বল আৰু নিমজ কৰি ৰাখিব পাৰোঁ।


*শীতকালত ছালৰ কি দৰে যত্ন লব-


*যদি আপুনি শীতকালত ছালৰ যত্ন লব বিছাৰে-তেন্তে গা-ধুৱা পানীত অলিভ-অইল মিহলাই লওক।ই শৰীৰটো কোমল কৰি তুলিব।


*অলিভ-অইল পানীত মিহলাই গা-ধুলে ছালখন গভীৰতভাৱে মশ্চৰাইজ কৰে।ইয়াৰ এন্টি-এজিংপ্ৰভাৱে ছালক সুৰক্ষিত কৰি ৰাখে। ( Assamese Beauty Tips )


*এনেদৰে গা-ধুলে ছালখন স্বাস্থ্যৱান আৰু কোমল কৰি ৰাখে।ইয়াৰ ভিটামিন ই গুণাগুণে শৰীৰটো উজ্বল কৰি তোলে।অলিভ-অইলত থকা এন্টি-অক্সিডেন্টে ছালৰ বিষাক্ত পদাৰ্থ আঁতৰাই ছালখন ভাল আৰু উনত কৰি তোলে।অলিভ-অইলত থকা পলিফেনল,ভিটামিন ই আৰু চিটোষ্টেৰল কোষবোৰ ধ্বংস হোৱাৰ পৰা সুৰক্ষিত কৰে।


*অলিভ-অইলে-বিশেষ কৰি মুখৰ ৰিংকল আৰু দাগ হ্ৰাস কৰে।গতিকে-এই শীতকালত আপুনি গা-ধোৱা পানীত অলিভ-অইল ব্যৱহাৰ কৰি আপোনাৰ ছালখন কোমল আৰু উজ্বল কৰি ৰাখক।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages