ছালক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিবলৈ বৰফৰ টুকুৰাক এনেদৰে ব্যৱহাৰ কৰক : Assamese Beauty Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, November 13, 2022

ছালক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিবলৈ বৰফৰ টুকুৰাক এনেদৰে ব্যৱহাৰ কৰক : Assamese Beauty Tips

Assamese Beauty Tips


ছালত বৰফৰ টুকুৰা ব্যৱহাৰ কৰাটো নতুন নহয়।এক অতি সচৰাচৰ আৰু জনপ্ৰিয় পদ্ধতি।ছালক স্বাস্থ্যবান ৰখাত বৰত অতি কাৰ্যকৰী।বিশেষ কৰি গ্ৰীষ্মকালত গৰম,অত্যাধিক ঘাম আৰু গৰমৰ ফলত ছালৰ বিভিন্ন সমস্যা হয়। ( Assamese Beauty Tips )


*গতিকে এইবাৰ ছালত বৰফ বা বৰফৰ টুকুৰা ব্যৱহাৰে আপোনাৰ ছালৰ হেৰুওৱা উজ্জ্বলতা ঘূৰাই দিব পাৰে।ছালক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিব পাৰে।


*বৰফৰ টুকুৰা ছালৰ বাবে উপকাৰিতাসমূহ-


*বৰফৰ টুকুৰা ছালৰ বাবে অতি উপকাৰী।ব্যস্ত দিন এটাৰ শেষত চাপ উপশমৰ বাবে ছালত অলপ বৰফৰ টুকুৰা ঘঁহি দিয়ক।আপুনি সকাহ পাব।সতেজ অনুভৱ কৰিব।ই মুখৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে।ছাল উজ্জ্বল কৰে।আপুনি গোটেই মুখ আৰু ডিঙিত কিছু সময়ৰ বাবে-বৰফৰ টুকুৰাৰে মালিচ কৰিব পাৰে।


*উজ্জ্বল ছাল-

বৰফৰ টুকুৰাৰে ছাল মালিচ কৰিলে,ছালৰ ৰক্ত সঞ্চালন উন্নত হয়।যাৰ ফলত ছাল উজ্জ্বল হয়।


*ডাৰ্ক ছাৰকল আঁতৰ কৰে-

মুখত বৰফ প্ৰয়োগ কৰিলে নিয়মীয়াকৈ-ডাৰ্ক ছাৰকল হ্ৰাস কৰাত সহায় কৰে।যদি আপুনি গোলাপ জল আৰু তিয়ঁহৰ ৰসেৰে তৈয়াৰ কৰা বৰফৰ টুকুৰা ব্যৱহাৰ কৰে-তেন্তে ই সৰ্বশ্ৰেষ্ঠ।ইয়াৰ বাবে অলপ গোলাপৰ পানী উতলাওক আৰু ইয়াত তিয়ঁহৰ ৰস যোগ দিয়ক।এই মিশ্ৰণটো ফ্ৰিজত থৈ দিয়ক।তাৰ পাছত এই বৰফৰ টুকুৰাটো আপোনাৰ চকুৰ তলত আৰু চাৰিওফালে প্ৰয়োগ কৰক।এই কাৰ্য কিছু সময়ৰ বাবে কৰক। ( Assamese Beauty Tips )


*ৰিংকল হ্লাস কৰে=

মুখৰ ছাল কোঁচ খাইছে নেকি?চিন্ত নকৰিব।প্ৰতিদিনে বৰফৰ টুকুৰাৰে মালিচ কৰক।মুখত বৰফৰ ব্যৱহাৰে ৰিংকলবোৰ নিয়ন্ত্ৰণকৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।যদি আপুনি নিয়মীয়াকৈ বৰফৰ সৈতে মালিচ কৰিব পাৰে-তেতিয়া কোনো ৰিংকল নাথাকিব।


*শালমইনা,ঘাম ওলোৱা আৰু খজুৱতি হ্ৰাস কৰাত সহায় কৰে বৰফৰ টুকুৰাই।গৰমৰ দিনত খুব খজুৱতি হয় নেকি?হতাশ নহব।ব্ৰণৰ ওপৰত এই বৰফৰ টুকুৰাই যাদুৰ দৰে কাম কৰিব।বৰফৰ টুকুৰাবোৰে ছালৰ তেল উৎপাদন নিয়ন্ত্ৰণ কৰে।ই বুণ ফুলা আৰু বিষ হ্ৰাস কৰাত সহায় কৰে।লগতে গৰমত ঋনে ছালৰ ৰোগত আক্ৰান্ত লোকসকলে কপাহৰ কাপোৰত বৰফ ৰাখি ঠাইবোৰত ঘঁহিব পাৰে।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Beauty Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages