অৰুণাচলৰ আটাইতকৈ সোনকালে গঢ়ি উঠা-পৰ্যটনস্থলী : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, November 22, 2022

অৰুণাচলৰ আটাইতকৈ সোনকালে গঢ়ি উঠা-পৰ্যটনস্থলী : Assamese Article

Assamese Article


 অৰুণাচলৰ নামচাইৰ কিছু কথা-


*অৰুণাচল প্ৰদেশৰ পূৱ দিশত অৱস্থিত নামচাই-২০১৪ চনৰ ২১ মাৰ্চ আগলৈকে লোহিত জিলাৰ অন্তৰ্গত আছিল।কিন্তু তাৰ পাছতে-এই মহকুমা অৰুণাচল প্ৰদেশৰ ১৮তম জিলা হিচাপে অন্তভূক্ত হয়।( Assamese Article )


Assamese Articl


*এই জিলাৰ আটাইতকৈ আকৰ্ষণীয় আৰু প্ৰাচীন ঐতিহ্য ভাবে-ভৰপূৰ ঠাইডোখৰ হৈছে-টেঙাপানীত থকা গোল্ডেন পেগোডা।বিশেষকৰি এই অঞ্চলবোৰত টাই  খাম্পটি সকলৰ বসতি স্থান।


*স্থানীয় ভাষাত-গোল্ডেন পোগোডাক কংসু নামেৰেও জনা যায়।২০১০চনত বমিজ শৈলীৰ এই বৌদ্ধ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল।ই প্ৰায়-২০হেক্টৰ ভূমি আগুৰি আছে।


*সেই সময়ৰ স্থানীয় বিধায়ক চৌনা মেইনে-৩কোটি টকাৰ বয় সাপেক্ষে নিৰ্মাণ কৰে-এই মন্দিৰটো।বৰ্তমান কংমু খামক-ভাৰতৰ প্ৰথম ট্ৰিপি কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।( Assamese Article )



Assamese Articl


*গোল্ডেন পেগোডাত পালন কৰা সৰ্ববৃহৎ উৎসৱ হৈছে-কাথিনা উৎসৱ।২০১৬ চনৰ-১৩নৱেম্বৰত অনুষ্ঠিত হোৱা এই উৎসৱত- থাইলেণ্ডৰ সন্যাসীসকলেও অংশগ্ৰহণ কৰিছিল।


*বৰ্তমান এই নামচাই অৰুণাচলৰ আটাইতকৈ সোনকালে গঢ়ি উঠা-পৰ্যটনস্থলী হিচাপে পৰিণত হৈছে।ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সুন্দৰ সুন্দৰ ৰিৰ্জটবোৰেও মানুহবোৰক বৰকৈ-আকৰ্ষিত কৰি তুলিছে।।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Article )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages