চেনিটাৰী নেপকিনৰ পৰা কি কি ৰোগ হ'ব পাৰে জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, October 8, 2022

চেনিটাৰী নেপকিনৰ পৰা কি কি ৰোগ হ'ব পাৰে জানি লওক : Assamese Health Tips

Assamese Health Tips


আপুনি জানেনে যে চেনিটাৰী নেপকিনৰ পৰা কেঞ্চাৰ হব পাৰে ?  ( Assamese Health Tips )


কেঞ্চাৰৰ উপৰিও মহিলাৰ প্ৰজননত বাধা আহিব পাৰে , হৰ্মন সলনি হব পাৰে , Vaginal infection বা সঘনাই যৌনাঙ্গত খজুৱতি হোৱা , ফুলি যোৱা আদি অনেক ৰোগ হব পাৰে ।


আচলতে কিছু বছৰ আগৰ পৰা চেনিটাৰী নেপকিনৰ খুব বেছি প্ৰচাৰ হৈ আছে । এই বিষয়ত বিভিন্ন সজাগতা , ফিল্ম আদিও হৈ গল ।

হয়তো বহুতেই এইটো কথা নাজানে যে এই অকস্মাৎ হোৱা সজাগতাৰ লক্ষ্য কি ? আজি ইমান বছৰে এই বিষয়ত সজাগতা কিয় হোৱা নাছিল ?


অকস্মাৎ পেপাৰ , টিভি , ৰাজহুৱা প্ৰগ্ৰাম আদি এই বিষয়ত হোৱাটো সন্দেহজনক যেন নালাগেনে ?


চেনিটাৰী নেপকিনত dioxin নামৰ এবিধ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় । এইবিধ দ্ৰব্য ইমানেই ভয়ংকৰ যে ইয়াৰ কিছুদিন একেৰাহে 8-10 ঘণ্টাৰ ব্যৱহাৰ কৰিলে কেঞ্চাৰ হোৱাৰ বহুত বেছি সম্ভাৱনা বাঢ়ি যায়। কেঞ্চাৰৰ লগতে ই সম্পূৰ্ণ প্ৰজনন তন্ত্ৰ নষ্ট কৰি দিব পাৰে এগৰাকী মহিলাৰ । ( Assamese Health Tips )


কেঞ্চাৰৰ ঔষধ বনোৱা কেইটামান কোম্পানীয়ে এইবিধ ৰাসায়নিক দ্ৰব্য প্ৰচাৰ কৰি যাতে ৰোগী বঢ়াব পাৰে , তাৰ ষড়যন্ত্ৰ কৰি মানুহৰ মগজুত চেনিটাৰী নেপকিন নামৰ ভূত এটা ভৰাই দিছে ।


যিবোৰ নেপকিন Ultra thin বা Ultra white বুলি লিখা থাকে , সেইবোৰ কিনা পৰিহাৰ কৰক । কেৱল কটন নেপকিনৰ ব্যৱহাৰ কৰক ।


Share কৰক , যাতে আমি আমাৰ মাঁ-ভন্টি ,আই-মাতৃ সকলক এইবিধ অভিশাপৰ পৰা বচাব পাৰো । 


Cotton napkins আৰু Menstrual Cup  এই ক্ষেত্ৰত Safe বুলি কব পাৰি ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


Assamese Fact

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয়  আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages