অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতাসমূহ জানি লওক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, October 11, 2022

অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতাসমূহ জানি লওক : Assamese Health Tips

Assamese Health Tips

 

অপৰাজিতা ফুলৰ চাহৰ উপকাৰিতা-


১)অপৰাজিতা চাহ সেৱন কৰিলে-স্মৃতিশক্তি বৃদ্ধি,বল,ক্ষয়,আৰু ব্ৰেইন টনিক হিচাপে বহু উপকাৰী। ( Assamese Health Tips )


২/অপৰাজিতা চাহ সেৱন কৰিলে-মানসিক চাপ, আনন্দহীনতাৰ পৰা উপশম পায়।


৩/অপৰাজিতা চাহ সেৱন কৰিলে- এন্টিঅক্সিডেন্ট আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।


৪/অপৰাজিতা চাহ সেৱন কৰিলে-দৃষ্টিশক্তি বৃদ্ধি, উচ্চ ৰক্তচাপৰ পৰা উপশম লাভ কৰে।


৫/অপৰাজিতা চাহ সেৱন কৰিলে-অনিদ্ৰা,গাৰ বিষৰ পৰা উপশম পায়। ( Assamese Health Tips )


৬/শীতকালত অপৰাজিতা চাহ সেৱন কৰিলে- চৰ্দি-জ্বৰ-কাঁহৰ পৰা-উপশম পায়।


৭/অপৰাজিতা চাহ সেৱন কৰিলে-চৰ্দি,কাঁহ,এজমা,মাত ভঙা আদিৰ পৰা উপশম পায়।


৮/অপৰাজিতা চাহ সেৱন কৰিলে-চুলিৰ বৃদ্ধি হয়।চুলিৰ উজ্বলতা আৰু চুলি পকা আদি সমস্যাৰ পৰা উপশম পায়।


৯/যিসকলৰ সুন্দৰ কন্ঠ,তেওঁলোকে অপৰাজিতাৰ চাহ-নিতৌ-২বাৰকৈ সেৱন কৰিব লাগে।


অপৰাজিতা ফুলৰ উপকাৰিতা-


১/নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সুৰুযকপালি ৰোগ আৰোগ্য হয়। 


২) প্ৰস্বাৱত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি ২চামুচ আধা কাপ পানীত গুলি খাব লাগে। 


৩/প্ৰস্বাৱ অতি কমকৈ হলে বা বন্ধ হৈ গলে বগা অপৰাজিতাৰ শিপাৰ ৰস ৩চামুচ ২বাৰকৈ খাব লাগে। 


৪/কটা-চিঙাত অপৰাজিতাৰ পাত মিহিকৈ বটি লেপ দিব লাগে। 


৫/কুকুৰে কামুৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব প্ৰস্বাৱ হয়। প্ৰস্বাৱত বিষবোৰ ওলাই। পাছত গাখীৰত মিচিৰি গুলি খালে প্ৰস্বাৱ নিয়মিত হয়। 


৬/গলৰ ভিতৰত ঘাঁ হলে বগা অপৰাজিতা গৰু ঘীউত ভাজি খাব লাগে।লগতে শিপাৰ ৰস আধা চামুচ কৰি খাব লাগে। 


৭/চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ি তেলত মিহলাই চুলিত সানিলে চুলি পকা ভাল হয়। 


৮/পেটত পানী জমা হয় পেট ঢোলপেটীয়া হলে, অপৰাজিতাৰ শিপাৰ ছাল বটি ১চামুচকৈ খালে প্ৰস্বাৱৰে পানী বাহিৰ হৈ যায়। 


৯/অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়। 


১০/গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস ২চামুচকৈ মিহলাই কিছুদিন খাব লাগে। 


১১/ধৱল কুষ্ঠ ৰোগত গাঢ় নীলাৰ অপৰাজিতাৰ ফুল আৰু আহঁতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে। দীৰ্ঘদিন লগালে ৰোগ আৰোগ্য হয়।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages